• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গেৰুৱা হ’ল বন্দে ভাৰত এক্সপ্ৰেছ! নতুন ৰূপৰ ৰে’লখনৰ ছবি টুইটাৰত পোষ্ট মন্ত্ৰী বৈষ্ণৱৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 9, 2023 12:43 pm
1.6k
VIEWS
Share on FacebookShare on Twitter

সম্পূৰ্ণৰূপে থলুৱা প্ৰযুক্তিৰে নিৰ্মিত ছেমি- দ্ৰুতবেগী ৰে’ল বন্দে ভাৰত এক্সপ্ৰেছে ইতিমধ্যে দেশৰ জনতাৰ মন কাঢ়িছে। কিন্তু এতিয়ালৈকে যিকেইখন বন্দে ভাৰত চলাচল কৰিছে আটাইকেইখনেই হৈছে চেয়াৰ কাৰ। অৱশ্যে চলিত বিত্তীয় বৰ্ষৰ শেষত শ্লীপাৰ ডবাৰ বন্দে ভাৰত এক্সপ্ৰেছৰ ব্যৱস্থা কৰা হ’ব বুলি ঘোষণা কৰিছে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ চেন্নাই ক’চ ফেক্টৰী (আই চি এফ) লৈ গৈ নতুন বন্দে ভাৰত এক্সপ্ৰেছৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। কিন্তু সেয়া শ্লীপাৰ কোচৰ বন্দে ভাৰত হয়নে নাই সেয়া স্পষ্ট নকৰিলে। অৱশ্যে ৰে’ল মন্ত্ৰী (অশ্বিনী বৈষ্ণৱ)য়েও আইচিএফত বন্দে ভাৰতত নতুন ধৰণৰ কোচ নিৰ্মাণৰ কামৰ পৰ্যালোচনা কৰি টুইটাৰত বন্দে ভাৰত এক্সপ্ৰেছৰ নতুন ৰূপৰ ছবি পোষ্ট কৰে।

লগতে পঢ়ক: ‘অশিক্ষিত নেতাই দেশ চলাইছে’, বিতৰ্কিত মন্তব্য কৰি ট্ৰ’ল হোৱাৰ পিছতে স্পষ্টীকৰণ কাজলৰ

শনিবাৰে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণবে চেন্নাইস্থিত আইচিএফ পৰিদৰ্শন কৰি বন্দে ভাৰত এক্সপ্ৰেছৰ ডবা নিৰ্মাণৰ কামৰ পৰিদৰ্শন কৰি টুইটাৰত কেইবাখনো ছবি পোষ্ট কৰে। সেই ছবিবোৰত দেখা গৈছে বন্দে ভাৰত এক্সপ্ৰেছ নতুন ৰূপত আহি আছে। এই ৰেলখনৰ ৰং গেৰুৱা আৰু বগা।

বৰ্তমান বন্দে ভাৰত এক্সপ্ৰেছৰ ইঞ্জিনৰ দুয়োফালে শুভ্ৰ বগা ৰং আৰু নীলা বৰ্ডাৰ আছে। নতুন বন্দে ভাৰত এক্সপ্ৰেছৰ ৰং বেলেগ বেলেগ যদিও গঠন একে। বিষয়টো অধিক স্পষ্ট কৰিবলৈ ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কাষে কাষে ৰৈ থকা দুয়োধৰণৰ বন্দে ভাৰত এক্সপ্ৰেছৰ ছবি পোষ্ট কৰে।

Inspected Vande Bharat train production at ICF, Chennai. pic.twitter.com/9RXmL5q9zR

— Ashwini Vaishnaw (@AshwiniVaishnaw) July 8, 2023

ৰে’ল মন্ত্ৰীগৰাকীয়ে আইচিএফ পৰিদৰ্শন কৰি বন্দে ভাৰত এক্সপ্ৰেছৰ ডবা নিৰ্মাণৰ কাম পৰিদৰ্শন কৰাৰ পিছত তাত থকা কৰ্মচাৰী-বিষয়াসকলৰ সৈতে কথা পাতে। তাৰ পিছত ৰে’ল মন্ত্ৰীজনে তেওঁলোকৰ লগত গ্ৰুপ ফটো লৈ সেই ছবিখন নিজৰ টুইটাৰ হেণ্ডেলত পোষ্ট কৰে।

Recent News

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd