• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 11, 2025 10:00 pm
119
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ দিনটোতে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰ্চুৱেলি ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগত নিৰ্মিত ‘ব্ৰহ্মছ’ ক্ষেপণাস্ত্ৰৰ এক নতুন ইউনিটৰ উদ্বোধন কৰিছে।  ৰাজনাথ সিঙে ব্ৰহ্মছ উদ্বোধন কৰি কয় যে, “আজি দেশৰ বাবে এক ঐতিহাসিক দিন। ১৯৯৮ চনৰ এই দিনটোত পোখৰাণত পাৰমাণৱিক পৰীক্ষা সম্পন্ন হৈছিল। এই নতুন ব্ৰহ্মছ ইউনিটৰ জৰিয়তে উত্তৰ প্ৰদেশে ক্ষেপণাস্ত্ৰ উৎপাদন বৃদ্ধি কৰি দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাক শক্তিশালী কৰাৰ এক নতুন আদৰ্শ গঢ়ি তুলিব।” ৩০০ কোটি টকা ব্যয় সাপেক্ষে এই ইউনিটত বছৰি ১০০টা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ আৰু ১০০-১৫০টা নতুন প্ৰজন্মৰ ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে।

উদ্বোধনী অনুষ্ঠানৰ পিছত এক সংবাদমেলত  অংশ গ্ৰহণ কৰি ৰাজনাথ সিঙে ‘অপাৰেচন সিন্দূৰ’ৰ বিষয়ে  উল্লেখ কৰি পাকিস্তানৰ প্ৰতি কঠোৰ বাৰ্তা প্ৰদান কৰে। ৰাজনাথ সিঙে পুনৰ স্পষ্টভাবে প্ৰকাশ কৰে যে   ভাৰতৰ সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীল আছে আৰু দেশে সদায় কঠোৰ প্ৰতিক্ৰিয়াৰে মোকাবিলা কৰিব।দুয়োখন দেশে সন্মতি প্ৰকাশ কৰিছিল যুদ্ধবিৰতি ঘোষণা কৰে যদিও কেইঘণ্টাৰ ভিতৰতে পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰি জম্মু-কাশ্মীৰৰ সীমান্তৰ ১১টা স্থানত গুলীচালনা আৰু ড্ৰ’ন আক্ৰমণৰ চেষ্টা কৰে। এই ঘটনাই সীমান্তৰ উত্তেজনা অব্যাহত ৰাখিছে। ৰাজনাথ সিঙে জোৰ দি কয় যে নতুন ব্ৰহ্মছ ইউনিটৰ স্থাপনে ভাৰতৰ সামৰিক সামৰ্থ্য বৃদ্ধি কৰিব আৰু যিকোনো পৰিস্থিতিৰ মোকাবিলাৰ বাবে দেশ সদায় প্ৰস্তুত। এই ক্ষেপণাস্ত্ৰ ইউনিটৰ উদ্বোধনে ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাত এক নতুন অধ্যায়ৰ সূচনা কৰিছে, যিয়ে দেশৰ সুৰক্ষা আৰু সাৰ্বভৌমত্বক অধিক শক্তিশালী কৰিব।

Recent News

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd