• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বানত ক্ষতিগ্ৰস্ত কৃষকৰ বাবে শিৱসাগৰৰ ৰাজু গগৈৰ ব্যতিক্ৰমী পদক্ষেপ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
July 30, 2019 6:43 pm
ৰাজু গগৈ। ফটো - নৰ্থ-ইষ্ট নাও

ৰাজু গগৈ। ফটো - নৰ্থ-ইষ্ট নাও

645
VIEWS
Share on FacebookShare on Twitter

অসূয়া-অশুভ শক্তিয়ে ছানি ধৰা আমাৰ সমাজখনত যে আজিও আদৰ্শ ব্যক্তি জীয়াই আছে তাৰ এক উজ্জ্বল নিদৰ্শন শিৱসাগৰ জিলাৰ জয়ৰাপাৰ গাঁৱৰ ৰাজু গগৈ।

অঞ্চলটোৰ এগৰাকী কৰ্মঠ আৰু আদৰ্শৱান কৃষক ৰূপে পৰিচিত গগৈ শেহতীয়াকৈ তেওঁ লোৱা এক বিশেষ উদ্যোগৰ বাবে চৰ্চালৈ আহিছে।

এইবাৰৰ বানত খেতিয়কৰ দুৰ্দশা দেখি কঁপি উঠিছিল কৃষক গৰাকীৰ হৃদয়। নিজে এগৰাকী কৃষক হোৱাৰ বাবে মৰ্মে-মৰ্মে উপলব্ধি কৰিব পাৰিছিল বানে শইচ উটুৱাই খেতিয়কৰ বিড়মন্বনা।

সেয়ে বানপানীত কঠীয়া হেৰোৱা শিৱসাগৰ মহকুমাৰ কমেও ১০০জন কৃষকক তেওঁ বিনামূলীয়াকৈ কঠীয়া যোগান ধৰাৰ মানসেৰে ১০ বিঘা মাটিত কঠীয়া সিঁচি দিছে।

‘বিনা ২০’ নামৰ নতুন প্ৰজাতিৰ ধান বিধৰ এই কঠীয়াসমূহ এতিয়া প্ৰায় ৰুব পৰা হৈ উঠিছে। বানপীড়িত লোকক সহায় কৰাৰ মানসেৰে নিজে মাটি চহাই বেৰা দি কঠীয়া সিঁচা কাৰ্যৰ বাবে গগৈয়ে এতিয়া অঞ্চলটোৰ সকলোৰে পৰা বুটলিছে প্ৰশংসা।

উল্লেখযোগ্য যে প্ৰতি বছৰে ৫০ৰ পৰা ৫৫ বিঘা মাটিত ধান খেতি কৰি জীৱিকা নিৰ্বাহ কৰি অহা ৰাজু গগৈ এজন আদৰ্শৱান কৃষক হোৱাৰ উপৰিও বাহ-কাঠেৰে সামগ্ৰী বনোৱা এজন পাকৈত বাঢ়ৈও।

Recent News

পল্লাচী ধৰ্ষণ কাণ্ড : ৬ বছৰ আইনী যুদ্ধৰ অন্তত দলবদ্ধ ধৰ্ষণ আৰু ব্লেকমেইলৰ গোচৰত ৯ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

পল্লাচী ধৰ্ষণ কাণ্ড : ৬ বছৰ আইনী যুদ্ধৰ অন্তত দলবদ্ধ ধৰ্ষণ আৰু ব্লেকমেইলৰ গোচৰত ৯ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

দৈৰ উপকাৰীতা জানো আহক

দৈৰ উপকাৰীতা জানো আহক

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd