• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাম মন্দিৰৰ ভূমি পূজন: সমষ্টিৰ কৰসেৱকক সন্মান মন্ত্ৰী শুক্লবৈদ্যৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
August 5, 2020 11:20 pm
Ram Mandir Bhoomi Poojan: Assam minister Parimal Suklabaidya felicitates Kar Sevaks
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ বাবে আজিৰ দিনটো এক বিশেষ দিন। দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত আজিৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে ৰাম মন্দিৰ নিৰ্মাণৰ কাম।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই ৰাম মন্দিৰৰ শিলান্যাস কৰে।

কৰ’না কালৰ বাবে অনুষ্ঠানত সোশৰীৰে উপস্থিত থাকিব নোৱাৰিলেও আজিৰ এই বিশষ দিনটোক বিশেষভাৱে পালন কৰে ৰাজ্যৰ বন-পৰিৱেশ আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

আজিৰ দিনটোক এক ঐতিহাসিক দিন হিচাপে আখ্যা দি মন্ত্ৰীগৰাকীয়ে সকলোৱে একতাৰ ডোলেৰে বান্ধ খাবলৈ আহ্বান জনায়।

মন্ত্ৰীগৰাকীয়ে নিজ সমষ্টি কাছাৰ জিলাৰ ধলাই সমষ্টিৰ যিসকল কৰসেৱকে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে হোৱা আন্দোলনৰ সময়ত সময়ত প্ৰভু শ্ৰীৰামৰ বাবে আত্মবলিদান দিবলৈ কৰসেৱাৰ উদ্দেশ্য অযোধ্যালৈ গৈছিল সেইসকলক আজি সন্মান জ্ঞাপন কৰে।

সমষ্টিটোৰ কৰসেৱকসকলৰ ঘৰে ঘৰে গৈ মন্ত্ৰীগৰাকীয়ে একোখনকৈ অংগবস্ত্ৰ, একোখনকৈ ৰামনামী কাপোৰ আৰু একোখনকৈ ৰামায়ণ, মহাভাৰত আৰু গীতাৰ দৰে পৱিত্ৰ ধৰ্মগ্ৰন্থ প্ৰদান কৰি এই বিশেষ দিনটোৰ বাবে শুভকামনা জ্ঞাপন কৰে।

ইয়াৰ লগতে যিসকল কৰসেৱকে আজিৰ এই আনন্দৰ মুহূৰ্ত উপভোগ কৰিবলৈ সংসাৰত নাই সেইসকলকো শ্ৰদ্ধাৰে স্মৰণ কৰে আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ কাষলৈ গৈ মিঠাই খুৱাই আজিৰ বিশেষ দিনটোত সাফল্যৰ আনন্দ বিনিময় কৰে।

মন্ত্ৰীগৰাকীয়ে আজি ভাৰতী মাৰ যি সপোন পূৰণ হ’ল সেই সপোন পূৰণ হোৱাৰ শুভক্ষণত সকলোকে একত্ৰিত হৈ এই গৌৰৱৰ মুহূৰ্ত অনুভৱ কৰি নিজকে ভগৱান শ্ৰীৰামচন্দ্ৰৰ সুপুত্ৰ হিচাপে ধৰি লৈ জয় শ্ৰীৰাম বুলি ক’বলৈকো আহ্বান জনায়।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans
ADVERTISEMENT

Recent News

নাগৰিকত্বৰ পূৰ্বে ভোটাৰ তালিকাত নাম সোমাইছিল ছোনিয়া গান্ধীৰ! বিস্ফোৰক অভিযোগ অমিত মালব্যৰ

নাগৰিকত্বৰ পূৰ্বে ভোটাৰ তালিকাত নাম সোমাইছিল ছোনিয়া গান্ধীৰ! বিস্ফোৰক অভিযোগ অমিত মালব্যৰ

August 13, 2025 4:44 pm
উচ্চতম ন্যায়ালয়ত নাটকীয় উন্মোচন! নিৰ্বাচন আয়োগে জীৱিত ব্যক্তিকো মৃত ঘোষণা কৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিলে নাম

উচ্চতম ন্যায়ালয়ত নাটকীয় উন্মোচন! নিৰ্বাচন আয়োগে জীৱিত ব্যক্তিকো মৃত ঘোষণা কৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিলে নাম

August 13, 2025 4:23 pm
জাতীয় জন্তু হিচাপে ঘোষণা কৰা হ’ব গৰুক ! কেন্দ্ৰই কি জনালে সংসদত?

জাতীয় জন্তু হিচাপে ঘোষণা কৰা হ’ব গৰুক ! কেন্দ্ৰই কি জনালে সংসদত?

August 13, 2025 3:50 pm
বিজেপি নেতাৰ বাবে দুখন ভোটাৰ কাৰ্ড! নিৰ্বাচন আয়োগক তীব্ৰ সমালোচনা কৰে তেজস্বীৰ

বিজেপি নেতাৰ বাবে দুখন ভোটাৰ কাৰ্ড! নিৰ্বাচন আয়োগক তীব্ৰ সমালোচনা কৰে তেজস্বীৰ

August 13, 2025 3:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্বৰ পূৰ্বে ভোটাৰ তালিকাত নাম সোমাইছিল ছোনিয়া গান্ধীৰ! বিস্ফোৰক অভিযোগ অমিত মালব্যৰ

নাগৰিকত্বৰ পূৰ্বে ভোটাৰ তালিকাত নাম সোমাইছিল ছোনিয়া গান্ধীৰ! বিস্ফোৰক অভিযোগ অমিত মালব্যৰ

August 13, 2025 4:44 pm
উচ্চতম ন্যায়ালয়ত নাটকীয় উন্মোচন! নিৰ্বাচন আয়োগে জীৱিত ব্যক্তিকো মৃত ঘোষণা কৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিলে নাম

উচ্চতম ন্যায়ালয়ত নাটকীয় উন্মোচন! নিৰ্বাচন আয়োগে জীৱিত ব্যক্তিকো মৃত ঘোষণা কৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিলে নাম

August 13, 2025 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd