• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুছলমান লোকক মাৰপিট কৰি ‘জয় শ্ৰী ৰাম’ ধ্বনি দিবলৈ বাধ্য কৰোৱা ৰাম সেনাৰ নেতাক গ্ৰেপ্তাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 22, 2019 3:03 pm
মুছলমান লোকক মাৰপিট কৰি ‘জয় শ্ৰী ৰাম’ ধ্বনি দিবলৈ বাধ্য কৰোৱা ৰাম সেনাৰ নেতাক গ্ৰেপ্তাৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰপেটা চহৰত মুছলমান সপ্ৰদায়ৰ কেইজনমান লোকক মাৰপিট কৰা ঘটনাৰ মূল অভিযুক্ত যোগী দেৱজিৎ ডেকাক শুকুৰবাৰে নিশা বৰপেটা আৰু মহানগৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই গ্ৰেপ্তাৰ কৰে। দেৱজিৎ ডেকা ‘হিন্দুত্ববাদী’ সংগঠন ৰাম সেনাৰ অসমৰ ৰাজ্যিক প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক।

কালি নিশা প্ৰায় ১১ মান বজাত আৰক্ষীয়ে তেওঁক মহানগৰীৰ ছয়মাইলৰ পৰা গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে দেৱজিৎ ডেকাৰ নেতৃত্বত ৰাম সেনাৰ একাংশ সদস্যই বৰপেটা চহৰত এখন টেম্প’ৰ ভিতৰত আহি থকা কেইজনমান মুছলমান লোকক ‘জয় শ্ৰী ৰাম’ ধ্বনি দিবলৈ বাধ্য কৰাই মাৰপিট কৰিছিল।

পিছত ঘটনা সন্দৰ্ভত বৰপেটা সদৰ থানাত বৰপেটা আমছুৱে ১৩২৫/১৯ নম্বৰত গোচৰ ৰুজু কৰাত আৰক্ষীয়ে ডেকাক কালি গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে বৰ্তমান আৰক্ষীৰ জিম্মাত থকা ডেকাক কিছুসময় পাছতে বৰপেটাৰ মুখ্য দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, ৰাম সেনাৰ নেতা দেৱজিৎ ডেকাই ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিভিন্ন সময়ত ‘সাম্প্ৰদায়িক’ আৰু মুছলমান বিৰোধী মন্তব্য আগবঢ়াই আহিছিল।

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু মুছলিম ছাত্ৰ সন্থাৰ বৰপেটা জিলা সমিতিয়ে হাউলী থানাৰ লগতে বৰপেটা সদৰ থানাত ৰুজু কৰাৰ উপৰি বৰপেটাৰ বিভিন্ন দল–সংগঠনেও ৰাম সেনাৰ এনে কাণ্ডৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল।

আনহাতে আজি দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি ৰাম সেনাৰ নেতৃত্বই কৃষক মুক্তি আৰু আমছুৰ কথা মতে আৰক্ষীয়ে ডেকাক গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ কৰে আৰু যদি কাইলৈৰ ভিতৰত তেওঁক মুকলি কৰি নিদিয়ে তেন্তে ‘বেলেগ ব্যৱস্থা’ গ্ৰহণ কৰা হ’ব বুলি কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm
‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

August 27, 2025 7:15 pm
মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

August 27, 2025 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd