• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসক গোলাঘাটত ক’লা পতাকা প্ৰদৰ্শন

ঋতুপল্লব শইকীয়া by ঋতুপল্লব শইকীয়া
February 27, 2020 8:00 pm
Ranjeet Dass at Golaghat
4.7k
VIEWS
Share on FacebookShare on Twitter

এখন সাংগঠনিক সভাত উপস্থিত থাকিবৰ বাবে আজি গোলাঘাটলৈ যোৱা অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসক আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে ক’লা পতাকা প্ৰদৰ্শন কৰে।

ক’লা পতাকা প্ৰদৰ্শনৰ সময়ত সভাপতি দাসক মটৰচাইকেল ৰেলিৰে দলীয় কৰ্মীসকলে ৰঙাজানৰ পৰা আদৰি আনি আছিল।

প্ৰতিবাদকাৰীসকলে দাসৰ হুদ খোলা গাড়ীখন চিভিল হস্পিটেলৰ সন্মুখতে আগচি ধৰে আৰু ক’লা পতাকা জোকাৰে আৰু “বিজেপি গ’ বেক” ধ্বনি দিয়ে।

আনহাতে আৰক্ষীয়ে ক’লা পতাকা প্ৰদৰ্শন কৰা ১১জন প্ৰতীবাদকাৰীক আটক কৰি গোলাঘাট থানালৈ লৈ যায়।

আৰক্ষীয়ে আটক কৰাসকল হ’ল :- প্ৰিন্স দলে (আছু), নিকুঞ্জ মেধি (অ: জা: যু: ছা: প:), আব্দুল হাছিম (অ: জা: যু: ছা: প:), বিতোপন গগৈ (আছু), সঞ্জীৱ গগৈ (আছু), পাৰ্থ ফুকন (আছু), দিগন্ত কোঁৱৰ (আছু), অভিনন্দন বৰা (আছু), প্ৰিয়ামণি বৰুৱা (আছু), মঞ্জিল ৰহমান (আছু) আৰু অংকুৰ বৰা (আছু)।

বাতৰি লিখা পৰলৈকে আটকাধীন লোকসকলক আৰক্ষীয়ে এৰি দিয়া নাই।

উল্লেখ কৰিব পাৰি যে শেহতীয়াকৈ অসম বিজেপিৰ সভাপতিজন য’লৈকে গৈছে ত’তে ক’লা পতাকাৰ সন্মুখীন হৈ আহিছে।

Recent News

আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা! প্ৰাপ্তবয়স্ক লোকসকলে আধাৰ চেণ্টাৰত নাপাব আধাৰ কাৰ্ড

আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা! প্ৰাপ্তবয়স্ক লোকসকলে আধাৰ চেণ্টাৰত নাপাব আধাৰ কাৰ্ড

১০ দিনত ৫টা গণধৰ্ষণ! উৰিষ্যাত সৰ্বত্ৰে সমালোচনাৰ সন্মুখীন ভাৰতীয় জনতা পাৰ্টিৰ আৰক্ষী-প্ৰশাসন

১০ দিনত ৫টা গণধৰ্ষণ! উৰিষ্যাত সৰ্বত্ৰে সমালোচনাৰ সন্মুখীন ভাৰতীয় জনতা পাৰ্টিৰ আৰক্ষী-প্ৰশাসন

বাদ পৰা সেই শেষ দৃশ্যৰ সৈতে ৫০ বছৰৰ মূৰত আজি পুনৰ সম্পূৰ্ৰূপত মুক্তি পালে ‘শ্বোলে’

বাদ পৰা সেই শেষ দৃশ্যৰ সৈতে ৫০ বছৰৰ মূৰত আজি পুনৰ সম্পূৰ্ৰূপত মুক্তি পালে ‘শ্বোলে’

আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাঃ ৰাষ্ট্ৰসংঘৰ বিমান পৰিবহণ তদন্তকাৰীৰ প্ৰৱেশত নিষেধাজ্ঞা ভাৰতৰ!

আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাঃ ৰাষ্ট্ৰসংঘৰ বিমান পৰিবহণ তদন্তকাৰীৰ প্ৰৱেশত নিষেধাজ্ঞা ভাৰতৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd