• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড়ত জব্দ ১১ লাখ টকাত বিক্ৰী কৰিবলৈ অনা ১১ টা বিৰল কেকো সাপ : গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 12, 2025 8:56 am
10.7k
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড়ৰ আৰক্ষীয়ে শুকুৰবাৰে ১১টা বিৰল টোকাই গেকো (কেকো সাপ) জব্দ কৰাৰ লগতে ৩টা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

১৯৭২ চনৰ বন্যপ্ৰাণী সুৰক্ষা আইন অনুসৰি এই প্ৰজাতিটোক অতি বিপন্ন বুলি তালিকাভুক্ত কৰা হৈছে।

জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা লোক কেইজন দোষী সাব্যস্ত হ’লে সৰ্বোচ্চ সাত বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি দিয়া হ’ব পাৰে।

উল্লেখ্য যে এই প্ৰজাতিৰ কেকো সাপ ভাৰতৰ ভিতৰত কেৱল অসম আৰু অৰুণাচল প্ৰদেশৰ কেইটামান অঞ্চলতহে পোৱা যায়। এই প্ৰজাতিৰ কেকো সাপৰ চাহিদা দক্ষিণ-পূব এছিয়াৰ কলা বজাৰত অত্যন্ত বেছি।

আৰক্ষী সূত্ৰই জনোৱা মতে, গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে দেৱাশীষ দহোতীয়া (৩৪), মানস দহোতীয়া (২৮) আৰু দিপাংকৰ ঘৰফলিয়া (৪০)।

এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা লগতে কেকো কেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ডিব্ৰুগড় জিলা আৰক্ষী আৰু দক্ষিণ এছিয়া বন্যপ্ৰাণী ন্যায় আয়োগৰ ঘনিষ্ঠ কাৰ্যকৰী আৰু চোৰাংচোৱাৰ সহায়ত অভিযানকাৰী দলটোৱে মোহনবাৰী অঞ্চলৰ ফিষ্ট ধাবাত তেওঁলোকক গ্ৰেপ্তাৰ কৰে। ইয়াৰে দুজন এ এছ-২৩ডব্লিউ-৫৫০৬ নম্বৰৰ এখন বগা গাড়ীত আহিছিল আৰু এজন পঞ্জীয়ন নম্বৰ AS-06AF-0276 থকা মটৰ চাইকেলত আহিছিল।

সোধা-পোছাৰ সময়ত তেওঁলোকে অৰুণাচল প্ৰদেশৰ পৰা টোকাই গেকো জেঠীকেইটা সংগ্ৰহ কৰি প্ৰতিটো এক লাখ টকাত বিক্ৰী কৰাৰ চুক্তি চূড়ান্ত কৰিছিল বুলি জানিব পৰা গৈছে।

Recent News

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd