• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অভিনেত্ৰী নিমৰতৰ সৈতে ‘প্ৰেম’ টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ! বিবাহক লৈ কি ক’লে শাস্ত্ৰীয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2021 3:06 pm
Ravi Shastri

অভিনেত্ৰী নিমৰত আৰু ৰবি শাস্ত্ৰী।

360
VIEWS
Share on FacebookShare on Twitter

বলীউদ আৰু ক্ৰিকেটৰ সম্পৰ্ক দীৰ্ঘদিনীয়া। বিভিন্ন সময়ত ক্ৰিকেটাৰ আৰু বলীউদ অভিনেত্ৰ্ৰীৰ প্ৰেম-পৰিণয়ৰ কাহিনীয়ে বাতৰিৰ শিৰোণাম দখল কৰিছে।

বলীউদ সুন্দৰীৰ ক্ৰিকেটাৰৰ প্ৰেমৰ বহুত কাহিনীয়েই চমক সৃষ্টি কৰিলেও ইয়াৰে কেইটামানেহে সম্পৰ্কৰ বান্ধোনত সোমাই পৰিছে।

টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীক লৈ শেহতীয়াভাৱে বিশেষ চৰ্চা চলিছে। শুনিবলৈ পোৱা গৈছে যে অভিনেত্ৰী নিমৰত কৌৰৰ সৈতে ৰবিৰ প্ৰেম জমি উঠিছে। অৱশ্যে, দুয়োজনেই এই কথা স্বীকাৰ কৰা নাই যদিও ইতিমধ্যে তেওঁলোকৰ বিয়াক লৈ চলিছে সৰস চৰ্চা।

ইয়াৰ মাজতে মুখ খুলিছে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকগৰাকীয়ে। পোনপোটীয়াকৈ কোনো উত্তৰ দিয়া নাই শাস্ত্ৰীয়ে। বৰঞ্চ সাংবাদিকৰ ওপৰত বিৰক্তিহে প্ৰকাশ কৰিলে।

বৰ্তমান ৫৯ বছৰীয়া শাস্ত্ৰীয়ে কোনো মন্তব্য কৰাৰ পৰা বিৰত থকাৰ লগতে নিজৰ অসন্তুষ্টিও প্ৰকাশ কৰে।

যোৱা ২০১৮চনৰ পৰাই শাস্ত্ৰী-নিমৰতৰ প্ৰেমৰ গুঞ্জন চলি আছে। তেওঁলোকৰ বিয়াৰ কথাও আনকি চৰ্চাৰ মাজলৈ আহিছে।

উল্লেখ্য যে অতীতত শৰ্মিলা-পাটৌডি, আজাহাৰুদ্দিন-সংগীতা বিজলানিকে ধৰি বৰ্তমান বিৰাট-অনুষ্কালৈকে বহুতেই ইতিমধ্যে যুগ্ম জীৱন যাপন কৰিছে।

Recent News

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

আমেৰিকাৰ পৰা বিতাড়ন খাবিৰ লাম! ইটালীৰ ইনফ্লুৱেন্সাৰগৰাকীয়ে কিয় আমেৰিকা এৰিবলগীয়া হ’ল?

আমেৰিকাৰ পৰা বিতাড়ন খাবিৰ লাম! ইটালীৰ ইনফ্লুৱেন্সাৰগৰাকীয়ে কিয় আমেৰিকা এৰিবলগীয়া হ’ল?

সোণমক বচাবলৈ আন যুৱতীক হত্যাৰ পৰিকল্পনা; জেৰাত প্ৰেমিক ৰাজৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি   

সোণমক বচাবলৈ আন যুৱতীক হত্যাৰ পৰিকল্পনা; জেৰাত প্ৰেমিক ৰাজৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি   

দুৰ্ঘটনাগ্ৰস্ত ব’য়িং ৭৮৭ ড্ৰিমলাইনাৰৰ যান্ত্ৰিক দুৰ্বলতাৰ বিষয়ে এবছৰ পূৰ্বে সকীয়াই দিছিল প্ৰাক্তন কৰ্মচাৰীয়ে!

দুৰ্ঘটনাগ্ৰস্ত ব’য়িং ৭৮৭ ড্ৰিমলাইনাৰৰ যান্ত্ৰিক দুৰ্বলতাৰ বিষয়ে এবছৰ পূৰ্বে সকীয়াই দিছিল প্ৰাক্তন কৰ্মচাৰীয়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd