• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১১টা বলত ৬টা উইকেট হেৰুৱায় ভাৰতে! শাস্ত্ৰীৰ ধেমেলীয়া মন্তব্য শুনি হাঁহি ৰখাব নোৱাৰিব আপুনি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2024 9:55 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল কেপ টাউনত অনুষ্ঠিত হৈ আছে। খেলখনৰ প্ৰথম দিনাই ২৩টা উইকেটৰ পতন ঘটিল। এটা সময়ত ভাৰতীয় ইনিংছ ১৫৩ ৰানত চাৰিটা উইকেটৰ পৰা গৈ ১৫৩ ৰানতে অল আউট হৈছিল। অৰ্থাৎ খেলখনৰ এটা পৰ্যায়ত ভাৰতে ১১টা বলত ৬টা উইকেট হেৰুৱাইছিল।

এই ঘটনা সন্দৰ্ভত ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে অতি ধেমেলীয়া মন্তব্য কৰিছে। আচলতে তেওঁ সেই সময়ত ধাৰাভাষ্য কৰি আছিল। সেই সময়ত ভাৰতে ৬ উইকেটত ১১টা বল হেৰুৱাৰ কাহিনীটো বাখ্যা কৰে ৰবি শাস্ত্ৰীয়ে।

ৰোহিত শৰ্মাৰ ভাৰতীয় দলটোৱে এটা সময়ত ১১টা বলত ৬টা উইকেট হেৰুৱাৰ পিছত ৰবি শাস্ত্ৰীয়ে মহাকাব্যিক ধাৰাভাষ্য দিয়ে। খেলখনৰ প্ৰথম ইনিংছত টীম ইণ্ডিয়াক বল আউট হোৱাৰ পিছত ৰবি শাস্ত্ৰীয়ে এনে এটা মন্তব্য কৰে যিটোক লৈ কোনেও হাঁহি বন্ধ কৰিব নোৱাৰিব। সেইবাবেই ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰবি শাস্ত্ৰীৰ এই মন্তব্য।

লগতে পঢ়কঃ ভাৰত-দক্ষিণ আফ্ৰিকা: দ্বিতীয় টেষ্টৰ প্ৰথম দিনা ২৩টা উইকেটৰ পতন; ০ৰানত ভাৰতে হেৰুৱালে অন্তিম ৬ উইকেট

দৰাচলতে ভাৰতীয় ইনিংছ শেষ হোৱাৰ পাছত ৰবি শাস্ত্ৰীয়ে কয়, ‘৪ উইকেটত ১৫৩ ৰান আৰু তাৰ পিছত ১৫৩ ৰান অল আউট। কোনোবাই যদি টয়লেটলৈ গৈ তাৰমাজতে ঘুৰি আহে, তেনে সময়তে মই যদি কওঁ যে ভাৰত ১৫৩ ৰানত বল আউট হৈছে।’

ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ মাজত কেপ টাউন টেষ্ট ক্ৰিকেটৰ প্ৰথম দিনটো আছিল অতি ৰোমাঞ্চকৰ। দিনটোত খেলখনত আচৰিতভাৱে ২৩টা উইকেট পৰিল। মহম্মদ ছিৰাজে আৰম্ভণিতে কেৰিয়াৰৰ সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াই ১৫ ৰানত ৬ উইকেটত সংগ্ৰহ কৰাৰ পিছত ভাৰতে প্ৰথম ইনিংছত মাত্ৰ ৫৫ ৰানত দক্ষিণ আফ্ৰিকাক অল আউট কৰে। ভাৰতে অগ্ৰগতি লাভ কৰি আৰামত ১৫৩/৪ত উপনীত হয়। কিন্তু ইয়াৰ পিছত যি হ’ল সেয়া আছিল টীম ইণ্ডিয়াৰ বাবে এক লজ্জাজনক পতন। মাত্ৰ শূন্য ৰানত ৬ উইকেট হেৰুৱাই ৰোহিতৰ টীম ইণ্ডিয়াই। এই স্ক’ৰতে সমগ্ৰ দলটো অল আউট হয়।

Ravi Shastri with the caca joke. As if we need any more proof as to why 17 streets in India are named after him pic.twitter.com/02WqePxG0M

— KingTweetinKamalan (@iAmSpreadlove) January 3, 2024

ইয়াৰ পাছতে আইডেন মাৰ্ক্ৰাম আৰু ডিন এলগাৰে ৯.৩ অভাৰত ৬টা চাৰি মাৰি দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় ইনিংছ আগবঢ়াই লৈ যায়। কিন্তু পৰৱৰ্তী অভাৰত এলগাৰে অফ ষ্টাম্পৰ বাহিৰত মুকেশ কুমাৰৰ বলত এটা চাৰি মাৰি ২৮টা বলত ১২ ৰান কৰি আউট হয়। যিটো আছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ডিন এলগাৰৰ অন্তিম ইনিংছ।

Cricket in ‘24 begins with 23 wickets falling in a single day.
Unreal!
Boarded a flight when South Africa was all out, and now that I'm home, the TV shows South Africa has lost 3 wickets.
What did I miss?#SAvIND

— Sachin Tendulkar (@sachin_rt) January 3, 2024

খেলপথাৰত থকা ভাৰতীয় খেলুৱৈসকলে এলগাৰক অভিনন্দন জনোৱাৰ লগতে তেওঁৰ বিখ্যাত আন্তঃৰাষ্ট্ৰীয় টেষ্ট কেৰিয়াৰৰ শেষত দৰ্শকে তেওঁক থিয় হৈ অভিনন্দন জনায়। ইয়াৰ কিছুসময় পিছতে টনি ডি জৰ্জীক মুকেশে আউট কৰে। ইয়াৰ পিছত বুমৰাহে দিনটোত দ্বিতীয়বাৰৰ বাবে নিজৰ একাউণ্ট খুলি ট্ৰিষ্টান ষ্টাবছক পুনৰ পেভলিয়নলৈ পঠিয়ায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত আৰোপ ৪০ শতাংশ জি এছ টি : তথাপি কিয় বঢ়া নাই চিগাৰেট-গুটখাৰ মূল্য?

ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত আৰোপ ৪০ শতাংশ জি এছ টি : তথাপি কিয় বঢ়া নাই চিগাৰেট-গুটখাৰ মূল্য?

September 4, 2025 6:05 pm
দিল্লীত অভিলেখ ১১০০ কোটি টকাত বিক্ৰী হ’ল নেহৰুৰ স্মৃতি বিজড়িত বাংলো!

দিল্লীত অভিলেখ ১১০০ কোটি টকাত বিক্ৰী হ’ল নেহৰুৰ স্মৃতি বিজড়িত বাংলো!

September 4, 2025 5:08 pm
কা সম্পৰ্কে জাৰি কৰা নতুন নিয়ম বাতিলৰ দাবীত ১১ ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ

কা সম্পৰ্কে জাৰি কৰা নতুন নিয়ম বাতিলৰ দাবীত ১১ ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ

September 4, 2025 4:50 pm
অসম চৰকাৰৰ ৰাজ্যিক শিক্ষক বঁটা ২০২৫ ঘোষণা : জানো আহক কৃতি শিক্ষকসকলৰ নাম

অসম চৰকাৰৰ ৰাজ্যিক শিক্ষক বঁটা ২০২৫ ঘোষণা : জানো আহক কৃতি শিক্ষকসকলৰ নাম

September 4, 2025 4:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত আৰোপ ৪০ শতাংশ জি এছ টি : তথাপি কিয় বঢ়া নাই চিগাৰেট-গুটখাৰ মূল্য?

ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত আৰোপ ৪০ শতাংশ জি এছ টি : তথাপি কিয় বঢ়া নাই চিগাৰেট-গুটখাৰ মূল্য?

September 4, 2025 6:05 pm
দিল্লীত অভিলেখ ১১০০ কোটি টকাত বিক্ৰী হ’ল নেহৰুৰ স্মৃতি বিজড়িত বাংলো!

দিল্লীত অভিলেখ ১১০০ কোটি টকাত বিক্ৰী হ’ল নেহৰুৰ স্মৃতি বিজড়িত বাংলো!

September 4, 2025 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd