• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে Amazon Pay-ক বিহিলে ৩কোটি টকা জৰিমনা; কিন্তু কিয়?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 4, 2023 7:59 am
187
VIEWS
Share on FacebookShare on Twitter

আমাজন পে ইণ্ডিয়াই এক বৃহৎ জৰিমনাৰ সন্মুখীন হ’ব লগা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে অনলাইন পৰিশোধ কোম্পানীটোৰ ওপৰত ৩.০৬ কোটি টকাৰ জৰিমনা আৰোপ কৰিছে। কিন্তু আমাজন পে ইণ্ডিয়া কিয় ইমান ডাঙৰ শাস্তিৰ সন্মুখীন হ’ল?

দিন যোৱাৰ লগে লগে ডিজিটেল পৰিশোধ প্ৰণালী দেশত জনপ্ৰিয় হৈ উঠিছে। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে ডিজিটেল পেমেণ্ট প্লেটফৰ্মসমূহক কিছুমান নিয়ম মানি চলিবলৈ নিৰ্দেশ দিছে যাতে সাধাৰণ মানুহৰ ধন সুৰক্ষিত থাকে।

কিন্তু অভিযোগ কৰা হৈছে যে আমাজন পে-ই  প্ৰিপেইড পৰিশোধৰ ক্ষেত্ৰত আৰবিআইয়ে দিয়া নিয়ম উলংঘা কৰিছে। কে ৱাই চি (Know Your Customer) নিয়মো অনুসৰণ কৰা হোৱা নাছিল। আৰু সেইকাৰণে তেওঁলোকক বৃহৎ পৰিমাণৰ জৰিমনা বিহা হৈছে।

এক বিজ্ঞপ্তিত ৰিজাৰ্ভ বেংকে জনায়, “ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে আমাজন পে (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ ওপৰত ৩ কোটি ৬ লাখ টকাৰ জৰিমনা আৰোপ কৰিছে। এমাজন পে-ই  ২০২১ৰ ২৭আগষ্ট তাৰিখে প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্ট (PPI) সম্পৰ্কে জাৰী কৰা নিৰ্দেশনা উলংঘা কৰিছে। কে ৱাই চি নিয়মো অনুসৰণ কৰা হোৱা নাই।‘’

উল্লেখ্য যে ৰিজাৰ্ভ বেংকৰ দ্বাৰা জাৰী কৰা আদেশ কিয় উলংঘা কৰা হৈছে তাৰ উত্তৰ দিবলৈ অনলাইন পেমেণ্ট এপটোক জাননী প্ৰদান কৰা হৈছিল। আমাজন পে ইণ্ডিয়াই ইয়াৰ উত্তৰো দিছিল। তাৰ পিছতে কোম্পানীটোক এইদৰে ৩ কোটি টকাৰো অধিক জৰিমনা বিহা হৈছে।

Recent News

ভুৱা PhonePe কেলেংকাৰীত দুজনক দোষী সাব্যস্ত পাছিঘাট চিজেএম আদালতৰ

ভুৱা PhonePe কেলেংকাৰীত দুজনক দোষী সাব্যস্ত পাছিঘাট চিজেএম আদালতৰ

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd