• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতক অক্টোপাছৰ দৰে মেৰিয়াই ধৰিছে চীনে! : এইবাৰ কৈলাস পৰ্বতত চীনৰ ক্ষেপণাস্ত্ৰ স্থাপন

এন ই নাও নিউজ by এন ই নাও নিউজ
August 23, 2020 3:52 pm
untitled---2020-08-23t125132-964-jpg_710x400xt
600
VIEWS
Share on FacebookShare on Twitter

লাডাখৰ পৰা অৰুণাচল প্ৰদেশলৈকে চীনে ভাৰতক দিব নেকি কেঁকুৰা চেঁপা!

নে অক্টোপাছৰ দৰে ভাৰতক মেৰাই ধৰাৰ পাং চীনৰ!

এইবাৰ চীনে লাডাখ, ছিকিম অথবা অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ এৰি চকু দিছে কৈলাস পৰ্বতত।

উপগ্ৰহীয় চিত্ৰত ধৰা পৰা অনুসৰি চীনৰ ৰঙা সেনাই কৈলাস পৰ্বতৰ শিখৰত স্থাপন কৰিছে ক্ষেপণাস্ত্ৰ!

উপগ্ৰহীয় চিত্ৰত এই তথ্য লাভ কৰাৰ লগে লগে ভাৰতৰ প্ৰতিৰক্ষা দপ্তৰ আৰু দিল্লীৰ কূটনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

ইফালে ভাৰতীয় চোৰাংছোৱাৰ সূত্ৰৰ খবৰ অনুসৰি কৈলাস সংলগ্ন বহুকেইটা স্থানত চীনৰ পিপ’লছ লিবাৰেশ্যন আৰ্মীয়ে সামৰিক তৎপৰতাও বৃদ্ধি কৰিছে।

সূত্ৰটোৰ মতে কৈলাস পৰ্বতত এয়াৰ মিছাইল স্থাপন কৰাৰ নিমিত্তে এইছকিউ-৯ এছএএম ষ্টিটেমটো স্থাপন কৰিছে চীনা সৈন্যই।

তিনিটা ৰেডাৰ স্থাপনৰ কৰিবলৈও আৰম্ভ কৰিছে বুলি দাবী কৰিছে নাম প্ৰকাশত অনিচ্ছুক এক সেনা সূত্ৰই।

উল্লেখ্য যে কৈলাস সৰোবৰলৈ সুগম যাতায়াতৰ অৰ্থে ভাৰত চৰকাৰে ভাৰত-নেপাল-চীন সীমান্তৰ সংযোগ স্থল লিপুলক পৰ্যন্ত এটা পথ নিৰ্মাণ কৰিছে।

১৭,০০০ কিলোমিটাৰ উচ্চতাৰ ৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো নিৰ্মাত নেপালে আপত্তি কৰি আহিছে।

ইয়াৰ পিছতে চীনে কৈলাস পৰ্বত পৰ্যন্ত সেনা সঞ্চালন কৰিবলৈ আৰম্ভ কৰাটোৱে কূটনৈতিকভাৱে বেচ তাৎপৰ্য বহন কৰিছে।

Recent News

নৱম শ্ৰেণীৰ পৰাই কিতাপ খুলি পৰীক্ষা দিব পাৰিব চিবিএছইৰ শিক্ষাৰ্থীসকলে

নৱম শ্ৰেণীৰ পৰাই কিতাপ খুলি পৰীক্ষা দিব পাৰিব চিবিএছইৰ শিক্ষাৰ্থীসকলে

লিংগ নহয়, যোগ্যতাই হ’ব নিযুক্তিৰ মাপকাঠি! সেনাৰ ন্যায়াধীশ এডভোকেট জেনেৰেল নিযুক্তি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়  

লিংগ নহয়, যোগ্যতাই হ’ব নিযুক্তিৰ মাপকাঠি! সেনাৰ ন্যায়াধীশ এডভোকেট জেনেৰেল নিযুক্তি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়  

স্বাধীনতা দিৱসৰ পূৰ্বে আলফা (স্বা)ৰ সৰ্বাত্মক বন্ধৰ ঘোষণা

স্বাধীনতা দিৱসৰ পূৰ্বে আলফা (স্বা)ৰ সৰ্বাত্মক বন্ধৰ ঘোষণা

একাধাৰে গীতিকাৰ, নাট্যকাৰ, অভিনেতা, পৰিচালক হেমন্ত দত্তৰ দেহাৱসান; শোকস্তব্ধ সাহিত্য-সাংস্কৃতিক জগত

একাধাৰে গীতিকাৰ, নাট্যকাৰ, অভিনেতা, পৰিচালক হেমন্ত দত্তৰ দেহাৱসান; শোকস্তব্ধ সাহিত্য-সাংস্কৃতিক জগত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd