• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰী স্পষ্টীকৰণ : মেঘালয় চৰকাৰে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা এতিয়াও চূড়ান্ত কৰা নাই

এন ই নাও নিউজ by এন ই নাও নিউজ
November 6, 2019 8:09 am
Shillong
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়লত থাকিবলৈ বা মেঘালয়লৈ যাবলৈ বহিৰাগত লোকে আগতীয়াকৈ পঞ্জীয়ন কৰাৰ নিয়মটো এতিয়াও চূড়ান্ত কৰা নাই অসমৰ চুবুৰীয়া ৰাজ্যখনে।

ইয়াক লৈ সৃষ্টি হোৱা শংকা দূৰ কৰিব বিচাৰি ৰাজ্যখনৰ পৰ্য্যটন বিভাগে এটা স্পষ্টীকৰণ প্ৰকাশ কৰিছে। স্পষ্টীকৰণটোত কোৱা হৈছে যে এই পঞ্জীয়নৰ আৰ্হিটো এতিয়াও চূড়ান্ত হোৱা নাই।

“এতিয়াও এই অধ্যাদেশখনৰ ৰূপায়ণৰ চূড়ান্ত সিদ্ধান্ত হোৱা নাই। গতিকে পঞ্জীয়ন প্ৰক্ৰিয়াটো আৰম্ভ হোৱা নাই। অধ্যাদেশখনৰ উদ্দেশ্য হ’ল সকলো ভ্ৰমণকাৰীৰ নিৰাপত্তা নিশ্চিত কৰা”, স্পষ্টীকৰণটোত কোৱা হৈছে।

আনহাতে পঞ্জীয়ন প্ৰক্ৰিয়াটো জটিল নহয় বুলি জানিবলৈ দি বিজ্ঞপ্তিটোত কোৱা হৈছে- “পঞ্জীয়ন প্ৰক্ৰিয়াটো আমাৰ ৰাজ্যখন ভ্ৰমণ কৰিবলৈ অহা পৰ্য্যটকসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হ’ব। এইটো একেবাৰে সৰল প্ৰক্ৰিয়া হ’ব আৰু অফলাইন আৰু অনলাইন দুয়ো ধৰণৰ পঞ্জীয়ন বিকল্প থাকিব। ই আপোনালোকে হোটেলত থাকোতে কৰাৰ নিচিনা একে হ’ব। কোনেও ৰাজ্যখনত প্ৰৱেশ কৰাৰ সময়ত শাৰীপাতি থাকিব লগীয়া নহয়। আমি আপোনালোকৰ সময় আৰু সময় আৰু সমল অতি মূল্যৱান বুলি বুজি পাওঁ।”

Inner Line Permit_Meghalaya
মেঘালয় চৰকাৰৰ পৰ্য্যটন বিভাগে দিয়া স্পষ্টীকৰণটো।

যোৱা ১ নৱেম্বৰত কনৰাড চাংমা নেতৃত্বাধীন মেঘালয় চৰকাৰৰ কেবিনেটে ৰেছিডেণ্টছ ছেফটী এণ্ড ছিকিউৰিটী এক্ট ২০১৬-ৰ সংশোধনীৰ জৰিয়তে বহিৰাগতসকলে ৰাজ্যখনত থাকিবলৈ বা প্ৰৱেশ কৰিবলৈ কৰ্তৃপক্ষৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব বুলি সিদ্ধান্ত লৈছিল আৰু এখন অধ্যাদেশ জাৰি কৰিছিল।

প্ৰক্ৰিয়াটোৰ আওতাৰ পৰা স্থায়ী বাসিন্দাসকলৰ লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক আঁতৰাই ৰখা হয়।

উল্লেখ কৰিব পাৰি, যে নাগালেণ্ড আৰু অৰুণাচলত প্ৰৱেশ কৰিবলৈ অনা-অৰুণাচলী লোকক ইনাৰ লাইন পাৰ্মিট (আন্তঃৰাজ্যিক পাৰপত্ৰ) দৰকাৰ হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd