• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিয়মীয়া হোৱাৰ পথত অসমৰ ৪১ হাজাৰ টেট শিক্ষকৰ চাকৰি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 16, 2019 7:39 pm
Regularisation of service: A step forward for Assam TET teachers

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পখৰিৱালক মঙলবাৰে সাক্ষাৎকালত অসম বিজেপিৰ প্ৰতিনিধি দল। ছবি- নৰ্থ ইষ্ট নাও।

5.8k
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ অসম প্ৰদেশৰ সমিতিৰ বিশেষ উদ্যোগত নিয়মীয়াকৰণৰ পথত এখোজ আগবাঢ়িছে অসমৰ ৪১হাজাৰ টেট শিক্ষকৰ চাকৰি।

অসম বিজেপিয়েযে নিৰ্বাচনী প্ৰতিশ্ৰুতি পাহৰা নাই তাৰেই দৃষ্টান্ত দাঙি ধৰি কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীৰ পৰা মঙলবাৰে এই সন্দৰ্ভত আশ্বাস আদায় কৰিছে দলটোৰ ৰাজ্যিক সমিতিয়ে।

ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলে বর্তমান সেৱা আগবঢ়াই থকা টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত থকা যোগ্যতাৰ অৰ্হতা শিথিল কৰি অসম চৰকাৰক প্ৰয়োজনীয় অনুমতি প্রদানৰ বাবে আবেদন জনাইছে।

আৰু এই আবেদনৰ প্ৰতি কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পখৰিৱালৰ সঁহাৰি আছিল অতি সদৰ্থক, ৰাজ্যিক বিজেপিৰ বিজ্ঞপ্তিত প্ৰকাশ।

“(অসমত) বর্তমান ৪১হাজাৰ টেট শিক্ষকে সেৱা আগবঢ়াই আহিছে আৰু এইসকল টেট শিক্ষকৰ সমস্যা শীঘ্ৰে সমাধানৰ বাবে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে বিজেপিৰ প্রতিনিধি দলটোক আশ্বাস প্রদান কৰে। সন্মানীয় মন্ত্ৰীগৰাকীয়ে বিজেপিৰ প্ৰতিনিধি দলটোৰ প্ৰতি ভাল সঁহাৰি আগবঢ়াইছে আৰু সমস্যাটো শীঘ্ৰে সমাধানৰ আশ্বাস প্ৰদান কৰিছে,” মন্ত্ৰীগৰাকীক সাক্ষাতৰ পিছতে জাৰি বিজেপিৰ বিজ্ঞপ্তিত প্ৰকাশ।

regularisation: bjp takes assam tet teachers a step forward
বিজেপিৰ বিজ্ঞপ্তি।

বিগত বিধানসভা নির্বাচনত টেট শিক্ষক সকলৰ বাবে “ভিজন ডকুমেন্ট”ত দিয়া প্রতিশ্রুতি পূৰণ কৰাৰ বাবেই এই সাক্ষাৎ কৰা হৈছিল বুলিও বিবৃতিটোত কোৱা হৈছে।

নিৰ্বাচনী ভিজন ডকুমেণ্টত টেট শিক্ষকৰ সেৱা নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি থকাৰ উল্লেখ কৰি বিবৃতিটোত কোৱা হৈছে যে এই কাম যিমান পাৰি সোনকালে কৰাৰ বাবে তেওঁলোক দায়বদ্ধ।

প্রতিনিধি দলটোত ৰাজ্যিক উপ-সভাপতিদ্বয় ক্রমে প্রদীপ ঠাকুৰীয়া আৰু বিজয় কুমাৰ গুপ্তাৰ লগতে কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ দিলীপ শইকীয়া, সাংসদ তপন গগৈ, সাংসদ কামাখ্যা প্রসাদ তাচা আৰু সাংসদ কৃপানাথ মাল্লাও আছিল।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd