• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Jioৰ বাবে পুনৰ সুখৱৰ; মুকেশ আম্বানিৰ কোম্পানীত বিনিয়োগ General Atlanticৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2020 7:00 am
facebook-acquires-9-99-stake-in-reliance-jio-for-rs-43574-crore-750x375
2.9k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ সংহাৰৰ ফলত সমগ্ৰ বিশ্বতে আৰ্থিক মন্দাৱস্থাৰ মাজতো ৰিলায়েন্স জিঅ’ৰ বাবে সুদিন অব্যাহত আছে।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধীনৰ টেলিকম কোম্পানীটোত ইতিমধ্যে ফেচবুক, ছিলভাৰ লেক তথা ভিষ্টা ইকুইটি পাৰ্টনাৰ্ছৰ দৰে কোম্পানীয়ে বিনিয়োগ কৰিছে।

এইবাৰ ৰিলায়েন্স জিঅ’ত বিনিয়োগ কৰাৰ বাবে আগবাঢ়ি আহিছে General Atlantic নামৰ কোম্পানীটো।

মুকেশ আম্বানিৰ মালিকাধীন টেলিকম কোম্পানীটোত General Atlanticয়ে ৬,৬০০কোটি টকা বিনিয়োগ কৰিব।

ইয়াৰ দ্বাৰা আমেৰিকাৰ কোম্পানীটোৱে জিঅ’ প্লেটফৰ্মত ১.৩৪ শতাংশ শ্বেয়াৰ লাভ কৰিব।

ৰিলায়েন্স জিঅ’ৰ বজাৰ মূল্য এতিয়া ৫.১৬লাখ কোটি টকা ধৰা হৈছে।

বিনিয়োগ সম্পৰ্কত General Atlantic ৰ মুখ্য কাৰ্যবাহী বিষয়া বিল ফ’ৰ্ডে জানিবলৈ দিয়ে যে তেওঁলোকে দীৰ্ঘম্যাদী লক্ষ্যৰে বিশ্বৰ আগশাৰীৰ কোম্পানী তথা সম্ভাৱনাপূৰ্ণ উদ্যোগপতিৰ লগত আছে।

জিঅ’ত বিনিয়োগ কৰি কোম্পানীটোৱে আনন্দিত বুলি প্ৰকাশ কৰাৰ সমান্তৰালভাৱে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মুৰব্বী মুকেশ আম্বানিয়ে General Atlanticক গুৰুত্বপূৰ্ণ পাৰ্টনাৰ হিচাপে আদৰণি জনাইছে।

শেহতীয়াকৈ জিঅ’ প্লেটফৰ্মত মুঠ ৬৭,১৯৪.৭৫কোটি টকাৰ বিনিয়োগ আহিছে।

ইয়াৰ পূৰ্বে ফেচবুকে ৪৩,৫৭৪কোটি টকা, ছিলভাৰ লেকে ৫,৬৫৬কোটি টকা আৰু ভিষ্টা ইকুইটি পাৰ্টনাৰ্ছে ১১,৩৬৭ কোটি টকাৰ বিনিয়োগৰ কথা ঘোষণা কৰিছে।

Recent News

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd