• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শীঘ্ৰেই বজাৰত জিঅ’ৰ 5G স্মাৰ্টফোন: উপলব্ধ হ’ব দহ হাজাৰ টকাতে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 23, 2022 6:48 pm
Reliance Jio 5G mobile
217
VIEWS
Share on FacebookShare on Twitter

দেশৰ আগশাৰীৰ টেলিকম কোম্পানী ৰিলায়েন্স জিঅ’ই শীঘ্ৰেই 5G স্মাৰ্টফোন মুকলি কৰাৰ সম্ভাৱনা আছে। প্ৰকাশিত তথ্য অনুসৰি, জিঅ’ই চলিত মাহৰ শেষ সপ্তাহত অনুষ্ঠিত হ’বলগীয়া কোম্পানীৰ বাৰ্ষিক সাধাৰণ সভাত ইয়াৰ 5G স্মাৰ্টফোন মুকলি কৰাৰ সম্ভাৱনা আছে।

জিঅ’ 5G ফোনৰ উপৰিও জিঅ’ই দেশৰ নিৰ্বাচিত চহৰসমূহত বহু প্ৰতীক্ষিত 5G সেৱা মুকলি কৰিব বুলিও আশা কৰা হৈছে। প্ৰতিবেদনটোত উল্লেখ কৰা অনুসৰি জিঅ’ই গুগলৰ সৈতে লগ হৈ 5G ফোনটো নিৰ্মাণ কৰিব।

উল্লেখ্য যে যোৱা বৰ্ষত টেলিকম প্ৰতিষ্ঠানটোৱে ইয়াৰ প্ৰথম স্মাৰ্টফোন জিঅ’ ফোন নেক্সট মুকলি কৰিছিল। জিঅ’ ফোন নেক্সটৰ দৰেই জিঅ’ 5G ফোনটোতো PragatiOS সংযোগ কৰা হৈছে বুলি প্ৰতিবেদনটোত কোৱা হৈছে।

এই নতুন স্মাৰ্টফোনটোত HD+ মানদণ্ডৰ সৈতে ৬.৫ ইঞ্চিৰ IPS LCD স্ক্ৰীণ থাকিব। এণ্ড্ৰইড চেণ্ট্ৰেলৰ এক প্ৰতিবেদন অনুসৰি, আহিবলগীয়া জিঅ’ 5G ফোনটো ৪ জিবি ৰেম আৰু ৩২ জিবি ষ্ট’ৰেজৰ লগতে অক্টা-কোৰ কোৱালকম স্নেপড্ৰেগন ৪৮০ 5G প্ৰচেছৰৰ দ্বাৰা চালিত হ’ব।

জিঅ’ ফোন নেক্সটৰ দৰেই এই 5G স্মাৰ্টফোনটোত সকলো সুবিধাৰ লগতে স্বয়ংক্ৰিয় গুগল এচিষ্টেণ্ট, ৰিড-এলাউড টেক্সট, গুগল লেন্সৰ জৰিয়তে তাৎক্ষণিক অনুবাদ, গুগল ট্ৰান্সলেট তথা অন্যান্য কিছু নতুন সুবিধা সংযোগ থাকিব।

স্মাৰ্টফোনটো কমেও ১৮ ৱাট ফাষ্ট চাৰ্জিঙৰ সুবিধাৰ লগতে ৫০০০ mAH বেটাৰিৰ ব্যৱস্থা থাকিব বুলিও প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে। আনহাতে ইয়াত ১৩ মেগাপিক্সেল প্ৰাইমেৰী কেমেৰা আৰু 2 মেগাপিক্সেল মেক্ৰ’ কেমেৰাৰ ডুৱেল কেমেৰা প্ৰণালী আগবঢ়াব বুলি কোৱা হৈছে।

ভাৰতৰ বজাৰত গ্ৰাহকৰ বাবে ৰিলায়েন্স জিঅ’ৰ এই 5G স্মাৰ্টফোনটো ১০,০০০ টকাৰ ভিতৰতে উপলব্ধ হ’ব বুলিও সম্ভাৱনা ব্যক্ত কৰিছে প্ৰতিবেদনটোত।

Recent News

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd