• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰিলায়েন্স জিঅ’ ফাইবাৰ প্লেন : চাই লওক কি আছে ব্ৰঞ্জ, ছিলভাৰ, গ’ল্ড, প্লেটিনাম, টিটানিয়াম প্লেনত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 5, 2019 8:46 pm
NIp

জিঅ' ফাইবাৰে ঘোষণা কৰিছে ডাটা প্লেনৰ সৱিশেষ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত ব্ৰডবেণ্ড তথা ডি টি এইচ/কেব’ল টিভিৰ মাৰ্কেটত নতুন গতি আনি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে আজি ইয়াৰ বহু অপেক্ষিত তিনিটা সেৱাৰ অফাৰেৰে জিঅ’ ফাইবাৰ ব্ৰডবেণ্ড, লেণ্ডলাইন আৰু টিভি সেৱা মুকলি কৰে।

তদুপৰি কোম্পানীটোৱে গ্ৰাহকসকলৰ উৎসুকতাৰ মাজতে জিঅ’ ফাইবাৰৰ তাৰিফ প্লেনো ঘোষণা কৰিছে।

ডাটা প্লেনসমূহ ছয়টা পৰ্যায়ত সুলভ হ’ব। ইয়াৰ নিম্নতম সেৱা মূল্য ৬৯৯ টকাৰ পৰা আৰম্ভ হৈ ৮,৪৯৯ টকালৈ আছে।

দ্ৰুত ব্ৰডবেণ্ড সেৱাৰ প্ৰতিশ্ৰুতিৰে ইয়াৰ স্পীড আগবঢ়োৱা হৈছে 1 Gbpsআৰু নিম্নতম 100 Mbps।

জিঅ’ ফাইবাৰে লগতে আন লিমিটেড ভইচ কলৰ লগতে বিনামূলীয়াকৈ এটা ছেট-টপ বক্সৰ সৈতে লেণ্ডলাইন ফোন সেৱাও লৈ আনিছে।

প্নেনৰ সৱিশেষঃ

ব্ৰঞ্জ

মূল্যঃ ৬৯৯ টকা

স্পীডঃ 100Mbps পৰ্যন্ত

ডাটা কেপঃ 100GB

ছিলভাৰ

মূল্যঃ ৮৪৯ টকা

স্পীডঃ 100Mbps পৰ্যন্ত

ডাটা কেপঃ 200GB

গ’ল্ড

মূল্যঃ ১,২৯৯ টকা

স্পীডঃ 250Mbps পৰ্যন্ত

ডাটা কেপঃ 500GB

ডাইমণ্ড

মূল্যঃ ২,৪৯৯ টকা

স্পীডঃ 500Mbps পৰ্যন্ত

ডাটা কেপঃ 1,250GB

প্লেটিনাম

মূল্যঃ ৩,৯৯৯ টকা

স্পীডঃ 1Gbps

ডাটা কেপঃ 2,500GB

টিটানিয়াম

মূল্যঃ ৮,৪৯৯ টকা

স্পীডঃ 1Gbps

ডাটা কেপঃ 5,000GB

সম্প্ৰসাৰিত তাৰিফ চাৰ্ট

এই মূল্যসমূহত জি এছ টি ধৰা হোৱা নাই আৰু আৰম্ভণি সেৱাৰ লাভ হিচাপে  ৬ মাহৰ বাবে অতিৰিক্ত ডাটা লাভ কৰিব।

আগ্ৰহী গ্ৰাহকে এবাৰ ২,৫০০ টকা দি ক্ৰয় কৰোতে ইয়াত ১,৫00 টকাৰ ছিকিউৰিটি ডিপ’জিট আৰু ১,০০০ নন ৰিফাণ্ডেবল ইনষ্টলেশ্যন ফী অন্তৰ্ভুক্ত থাকিব।

জিঅ’ ফাইবাৰ প্লেনৰ ব্ৰঞ্জ ব্যৱহাৰকাৰীসকলে OTT এপ’ৰ যোগেদি তিনিমাহৰ বাবে জিঅ’ চিনেমা আৰু জিঅ’ছাভন চোৱাৰ সুযোগ পাব। আনহাতে ছিলভাৰ ব্যৱহাৰকাৰীসকলে জিঅ’ই আগবঢ়োৱা OTT এপ’ৰ সেৱাসমূহ তিনিমাহৰ বাবে লাভ কৰিব। বাকী আন সকলো প্লেনত এক বাৰ্ষিক গ্ৰাহকভুক্তিৰ যোগেদি সকলো OTT এপ’ৰ সেৱা লাভ কৰিব পৰা যাব।

জিঅ’ ফাইবাৰ ছেট-টপ বক্স এনেধৰণে ডিজাইন কৰা হৈছে যাতে ই কেব’ল অপাৰেটৰৰ পৰা ডাইৰেক্ট টিভি ছিগনেল গ্ৰহণ কৰিব পাৰে।

জিঅ’ ফাইবাৰ ক্ৰয় কৰা সকলে জিঅ’ ফাইবাৰৰ দীৰ্ঘদিনীয়া বাৰ্ষিক প্লেনৰ সৈতে বিনামূলীয়াকৈ এটা HD বা 4K LED TV setআৰু এটা 4K set-top box লাভ কৰিব।

জিঅ’ই আৰম্ভণিৰ গ্ৰাহকক সেৱা হিচাপে ইয়াৰ FTTH সেৱা আগবঢ়াইছে। ইয়াৰ বাবে আপুনি পছন্দ কৰা প্লেনৰ ওপৰত এয়া নিৰ্ভৰ কৰিব।

ৱেলকাম অফাৰসমূহঃ

ব্ৰঞ্জ

Muse 6W speaker(২,৯৯৯টকা মূল্যৰ)

ছিলভাৰ

Thump 2 12W speakers (৩,৯৯৯টকা মূল্যৰ)

গ’ল্ড আৰু ডাইমণ্ড

24-inch HD TV (১২,৯৯০টকা মূল্যৰ)

প্লেটিনাম

32-inch HD TV (৩২,৯৯০টকা মূল্যৰ)

টিটানিয়াম

43-inch 4K TV (৪৪,৯৯০টকা মূল্যৰ)

জিঅ’ ফাইবাৰ পঞ্জীয়ন ইয়াৰ জিঅ’ ৱেবছাইটত গৈ আপোনাৰ নাম, ঠিকনা, মোবাইল নম্বৰ আৰু ই-মেইল দি সহজতেই কৰিব পাৰে। এবাৰ আপোনাৰ অঞ্চলত সেৱা সুলভ বৈ পৰাৰ লগে লগে ডিঅ’ টীমে আপোনাৰ লৈতে যোগাযোগ কৰি নথিপত্ৰ সংগ্ৰহ কৰাৰ লগতে আপোনাৰ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব।

জিঅ’ ফাইবাৰ পেকেজৰ অংশ হিচাপে আপুনি গোটেই ভাৰততে প্ৰযোজ্য হোৱাকৈ আন লিমিটেড ভইচ কলৰ সৈতে এটা বিনামূলীয়া লেণ্ডলাইন ফোন সংযোগ লাভ কৰিব। আন্তৰ্জাতিক বা ISD callsৰ বাবে জিঅ’ ফাইবাৰে আমেৰিকা যুক্তৰাষ্ট আৰু কানালৈ প্ৰতিমাহে ৫০০ টকাৰ এক আন লিমিটেড কলিং পেক’ আগবঢ়াব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd