• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰয়াত ‘মানুহ দেখিছো আজি’ গীতেৰে খলকনি তোলা গণশিল্পী সূৰ্য দাস

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 21, 2024 9:55 am
প্ৰয়াত ‘মানুহ দেখিছো আজি’ গীতেৰে খলকনি তোলা গণশিল্পী সূৰ্য দাস
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া সংগীত জগতত গণশিল্গী হিচাপে পৰিচিতি লাভ কৰা সূৰ্য্য দাস আৰু নাই। মৰিগাঁও অসামৰিক চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

বিগত চাৰিদিন শিল্পীগৰাকী ধৰমতুলত আছিল। শনিবাৰে পুৱা বাথৰুমত ষ্ট্ৰ’কত আক্ৰান্ত হয় শিল্পীগৰাকী।

তেওঁক ততাতয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তাত মৃত বুলি ঘোষণা কৰে।

বৰ্তমান তেওঁক মৰিগাঁও চিভিল হাস্পতালত ৰখা হৈছে।

‘মানুহ দেখিছো আজি”ৰ দৰে বহু দৰদী গীতৰ স্ৰষ্ট্ৰা আছিল ‘গণশিল্পী’ সূৰ্য দাস। আশীৰ দশকত সূৰ্য দাসৰ কণ্ঠই অসমৰ আকাশ-বতাহ কঁপাই তুলিছিল।

জাতীয়তাবাদী ভাৱধাৰাৰে উদ্বুদ্ধ সূৰ্য দাসে অসম আৰু অসমীয়াক অন্তৰেৰে ভাল পাইছিল।

২০১৯ চনত ‘কৰম সিং ট্ৰাষ্ট’য়ে তেওঁক ‘কৰম সিং জনমভূমি বঁটা’ৰে সন্মানিত কৰিছিল।

অসমীয়া সংগীত জগতৰ বিশিষ্ট সংগীত শিল্পী, ‘গণশিল্পী’ সূৰ্য দাসৰ মৃত্যু।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

August 14, 2025 9:30 pm
‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

August 14, 2025 8:56 pm
মংগল গ্ৰহত ৰহস্যময় ‘হেলমেট আকৃতিৰ’ শিল বিচাৰি পালে নাছাৰ ৰোভাৰে

মংগল গ্ৰহত ৰহস্যময় ‘হেলমেট আকৃতিৰ’ শিল বিচাৰি পালে নাছাৰ ৰোভাৰে

August 14, 2025 7:55 pm
তিনিচুকীয়াত আলফা স্বাধীন, এনএছচিএনৰ সৈতে জড়িত বৃহৎ পৰিমানৰ বিস্ফোৰক জব্দ

তিনিচুকীয়াত আলফা স্বাধীন, এনএছচিএনৰ সৈতে জড়িত বৃহৎ পৰিমানৰ বিস্ফোৰক জব্দ

August 14, 2025 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

August 14, 2025 9:30 pm
‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

August 14, 2025 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd