• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Nirmala Mishra Passes Away: প্ৰসিদ্ধ বাংলা কণ্ঠশিল্পী নিৰ্মলা মিশ্ৰৰ পৰলোক; কেইবাখনো অসমীয়া ছবিতো নিগৰাইছিল কণ্ঠ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 31, 2022 10:19 am
Nirmala Mishra Passes Away: প্ৰসিদ্ধ বাংলা কণ্ঠশিল্পী নিৰ্মলা মিশ্ৰৰ পৰলোক; কেইবাখনো অসমীয়া ছবিতো নিগৰাইছিল কণ্ঠ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Renowned Singer Nirmala Mishra Passes Away প্ৰসিদ্ধ বাংলা কণ্ঠশিল্পী নিৰ্মলা মিশ্ৰৰ পৰলোকপ্ৰাপ্তি ঘটিছে। শনিবাৰে নিশা প্ৰায় ১২.১০ বজাত বৰ্ষীয়ান শিল্পীগৰাকীয়ে তেওঁৰ কলকাতাৰ চেতলাৰ ঘৰত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ।

দীৰ্ঘদিন ধৰি তেওঁ বাৰ্দ্ধক্যজনিত ৰোগত ভুগি আছিল। অৱশেষত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।

নিৰ্মলা মিশ্ৰ ২০১৫ চনত ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈছিল। তেওঁ কেইবাবাৰো চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল।বিগত এমাহ ধৰি শিল্পীগৰাকীয়ে কথা পতা বন্ধ কৰি দিছিল।

লগতে পঢ়ক: ফেচবুক একাউন্টৰ ওপৰত অসম আৰক্ষীৰ শেনচকু; ফেচবুক পোষ্টৰ বাবেই কাৰাগাৰলৈ ৭০ বছৰীয়া বৃদ্ধ

বাংলা আধুনিক সংগীতৰ ইতিহাসৰ অন্যতম জনপ্ৰিয় গান ‘এমন একটি ঝিনুক খুঁজে পেলাম না’ বা ‘অ’ তোতা পাখিৰে’ আদিত নিৰ্মলা মিশ্ৰৰ কণ্ঠ সদায় স্মৰণীয় হৈ থাকিব। শিল্পীগৰাকীৰ অজস্ৰ জনপ্ৰিয় গানে  বাংলা সংগীত জগতক সমৃদ্ধ কৰিছে।

উল্লেখ্য যে নিৰ্মলা মিশ্ৰইই ১৯৬০ চনত ওড়িয়া ছবি ‘শ্ৰী লোকনাথ’ত গান গাইছিল। এই ছবিখনৰ জৰিয়তেই নিৰ্মলা মিশ্ৰই সংগীতৰ জগতত প্ৰৱেশ কৰিছিল।

আনহাতে, অসমীয়া ছবি ‘ডক্তৰ বেজবৰুৱা’ৰ ‘কি নাম দি মাতিম’ শীৰ্ষক অতি জনপ্ৰিয় গীতটিত দ্বিপেন বৰুৱাৰ সৈতে কণ্ঠ নিগৰাইছিল নিৰ্মলা মিশ্ৰই ৷ ‘ধৰ্মকাই’ ছবিখনৰ ‘সঁচাকে কোৱা কথাটি কোৱা’, ‘বৃষ্টি’ ছবিৰ ‘তুলসীৰ তলে তলে কত চাকি জ্বলালো’ আদি নিৰ্মলা মিশ্ৰই কণ্ঠদান কৰা জনপ্ৰিয় অসমীয়া গীত।

লগতে পঢ়ক: Commonwealth Games 2022: নিউজিলেণ্ডৰ এৰিয়ান নিকলছনক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলিনা বৰগোঁহাইৰ

নিৰ্মলা মিশ্ৰই কণ্ঠদান কৰা অসমীয়া ছবি সমূহ হৈছে পূবেৰুণ, লাচিত বৰফুকন, সংগ্ৰাম, ডক্তৰ বেজবৰুৱা, বৰুৱাৰ সংসাৰ, বৃষ্টি, পুতলা ঘৰ, ধৰ্মকাই, নতুন আশা আৰু নিয়তি।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুলী ফুটাই পলাল ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ বিধায়ক, বাধা দিবলৈ চেষ্টা কৰা আৰক্ষীকো খুন্দিয়ালে গাড়ীৰে

গুলী ফুটাই পলাল ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ বিধায়ক, বাধা দিবলৈ চেষ্টা কৰা আৰক্ষীকো খুন্দিয়ালে গাড়ীৰে

September 2, 2025 1:30 pm
জিএছটি সংগ্ৰহেৰে ভৰিছে ৰাজকোষ: আগষ্ট মাহত ১.৮৬ লাখ কোটি টকাৰ অভিলেখ

জিএছটি সংগ্ৰহেৰে ভৰিছে ৰাজকোষ: আগষ্ট মাহত ১.৮৬ লাখ কোটি টকাৰ অভিলেখ

September 2, 2025 1:11 pm
GMCHত কেঁচুৱাৰ মৃত্যুৰ ঘটনা; চিকিৎসক-নাৰ্ছসহ ৫জনক নিলম্বন, দুই পি জি প্ৰশিক্ষাৰ্থীক ৬ মাহৰ বাবে বহিষ্কাৰ

GMCHত কেঁচুৱাৰ মৃত্যুৰ ঘটনা; চিকিৎসক-নাৰ্ছসহ ৫জনক নিলম্বন, দুই পি জি প্ৰশিক্ষাৰ্থীক ৬ মাহৰ বাবে বহিষ্কাৰ

September 2, 2025 12:38 pm
ডিমা হাছাওত চিমেণ্ট কাৰখানাৰ বাবে ৩০০০ বিঘা ভূমি আবণ্টন: স্তম্ভিত আদালত

ডিমা হাছাওত চিমেণ্ট কাৰখানাৰ বাবে ৩০০০ বিঘা ভূমি আবণ্টন: স্তম্ভিত আদালত

September 2, 2025 12:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুলী ফুটাই পলাল ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ বিধায়ক, বাধা দিবলৈ চেষ্টা কৰা আৰক্ষীকো খুন্দিয়ালে গাড়ীৰে

গুলী ফুটাই পলাল ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ বিধায়ক, বাধা দিবলৈ চেষ্টা কৰা আৰক্ষীকো খুন্দিয়ালে গাড়ীৰে

September 2, 2025 1:30 pm
জিএছটি সংগ্ৰহেৰে ভৰিছে ৰাজকোষ: আগষ্ট মাহত ১.৮৬ লাখ কোটি টকাৰ অভিলেখ

জিএছটি সংগ্ৰহেৰে ভৰিছে ৰাজকোষ: আগষ্ট মাহত ১.৮৬ লাখ কোটি টকাৰ অভিলেখ

September 2, 2025 1:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd