• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘মোৰ মৃত্যুৰ বাবে কোনো দায়ী নহয়’, চৰম সিদ্ধান্ত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে সৰৱ জনপ্ৰিয় মডেলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2025 1:08 pm
58
VIEWS
Share on FacebookShare on Twitter

মডেলিং জগতৰ বাবে এক চাঞ্চল্যকৰ খবৰ। পুডুচেৰীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে জনপ্ৰিয় মডেল ছান ৰেচেলৰ মৃতদেহ।

বৰ্ণ বৈষম্যৰ বিৰুদ্ধে সৰৱ হৈ থকা এই মডেলগৰাকীয়ে আত্মহত্যা কৰা বুলি প্ৰাথমিকভাৱে আৰক্ষীয়ে সন্দেহ কৰিছে। তেওঁৰ ঘৰৰ পৰা এখন চুইচাইড নোটও উদ্ধাৰ কৰা হৈছে।

উল্লেখ্য যে যোৱা বছৰেই  বিবাহপাশত আৱদ্ধ হৈছিল ৰেচেল। ফলত চুইচাইড নোট উদ্ধাৰ হয় যদিও আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। সূত্ৰই দাবী কৰিছে যে চুইচাইড নোটখনত লিখা আছে, ‘মোৰ মৃত্যুৰ বাবে কোনোৱেই দায়ী নহয়।’

আৰক্ষীৰ সূত্ৰ অনুসৰি ছান ৰেচেলে মডেলিং কেৰিয়াৰৰ বাবে নিজৰ সমস্ত সোণ বন্ধকত ৰাখিছিল। ফলত তেওঁৰ ওপৰত টকা-পইচাৰ চাপ আছিল। সেইবাবেই  আত্মহত্যা কৰিলে নেকি তাৰো  তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে।

বিশেষ কথাটো হ’ল ছান ৰেচেলৰ প্ৰকৃত নাম শংকৰ প্ৰিয়া। বৰ্ণ বৈষম্যৰ বিৰুদ্ধে মাত মাতি মডেলিং জগতখনত এক অনন্য পৰিচয়ৰ সৃষ্টি কৰিছিল।

 দাবী কৰা হৈছে যে শেহতীয়াকৈ ৰেচেলে কেইটামান ফেশ্বন শ্ব’ৰ আয়োজন কৰিছিল। সেই শ্ব’বোৰ কৰিবলৈ গৈ হোৱা ক্ষতিৰ বাবেই তেওঁ আত্মহত্যা কৰিছে!

Recent News

ৰে’লৰ ডবাত স্থাপন কৰা হ’ব চিচিটিভি কেমেৰা! সম্পন্ন হ’ল সফল পৰীক্ষণ

ৰে’লৰ ডবাত স্থাপন কৰা হ’ব চিচিটিভি কেমেৰা! সম্পন্ন হ’ল সফল পৰীক্ষণ

‘মোৰ মৃত্যুৰ বাবে কোনো দায়ী নহয়’, চৰম সিদ্ধান্ত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে সৰৱ জনপ্ৰিয় মডেলৰ

‘মোৰ মৃত্যুৰ বাবে কোনো দায়ী নহয়’, চৰম সিদ্ধান্ত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে সৰৱ জনপ্ৰিয় মডেলৰ

ৰাজ্যৰ মাটি এতিয়া ‘মামা-মামী’ৰ দখলত; বিজেপিক কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ

ৰাজ্যৰ মাটি এতিয়া ‘মামা-মামী’ৰ দখলত; বিজেপিক কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ

স্বামী পাৰুপল্লী কাশ্যপৰ সৈতে বিবাহ বিচ্ছেদৰ ঘোষণা ভাৰতীয় বেডমিণ্টন তাৰকা ছাইনা নেহৱালৰ

স্বামী পাৰুপল্লী কাশ্যপৰ সৈতে বিবাহ বিচ্ছেদৰ ঘোষণা ভাৰতীয় বেডমিণ্টন তাৰকা ছাইনা নেহৱালৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd