• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অতিমাৰীৰ ৫বছৰ পূৰ্বে কৰ’নাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছিল চীনে!

এন ই নাও নিউজ by এন ই নাও নিউজ
May 10, 2021 8:48 am
corona in china lab

প্ৰতিনিধিত্বমূলক ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বত এই মুহূৰ্তত আটাইতকৈ ডাঙৰ সন্ত্ৰাস হৈছে কৰ’নাৰ সন্ত্ৰাস। ২০১৯চনৰ ডিচেম্বৰৰ পৰা লাহে লাহে গোটেই বিশ্বকে সলনি কৰি দিছে এই ভাইৰাছে।

কৰ’না অতিমাৰীৰ প্ৰকোপ চীনৰ সীমা অতিক্ৰম কৰি গোটেই বিশ্বতে বিয়পি পৰে। তেতিয়াৰে পৰা আমেৰিকাৰ তদানীত্বন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পকে ধৰি বিশ্বৰ বিভিন্ন দেশে চীনৰ প্ৰতি আঙুলি টোৱাইছিল।

অৱশ্যে, চীনে ইচ্ছাকৃতভাৱে বা অনিচ্ছাকৃতভাৱে এই ভাইৰাছ বিয়পোৱাৰ কোনো প্ৰমান পোৱা হোৱা নাই। কিন্তু অতিমাৰীৰ ৫বছৰ পূৰ্বে দেশখনৰ বিজ্ঞানীসকলে এই বিষয়ে চিন্তা কৰিছিল বুলি এক তথ্য পোহৰলৈ আহিছে।

বাতৰি অনুসৰি, ২০১৫চনত চীনৰ বিজ্ঞানী তথা স্বাস্থ্য বিষয়াসকলে SARS কৰ’না ভাইৰাছক এক ‘নতুন যুগৰ জৈৱিক অস্ত্ৰ’ বুলি অভিহিত কৰিছিল।

উইকেণ্ড অষ্ট্ৰেলিয়াৰ প্ৰতিবেদন অনুসৰি এই SARS কৰ’না ভাইৰাছক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ কথাও চিন্তা কৰা হৈছিল।

প্ৰতিবেদনত দাবী কৰা মতে, সম্ভাৱ্য তৃতীয় বিশ্ব যুদ্ধৰ প্ৰধান অস্ত্ৰ হ’ব জৈৱিক অস্ত্ৰ। কিদৰে চীনৰ সামৰিক বিজ্ঞানীসকলে অতিমাৰীৰ ৫বছৰ পূৰ্বে কৰ’নাক জৈৱিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছিল সেয়া প্ৰতিবেদনত সদৰী কৰা হৈছে।

এই সন্দৰ্ভত নিউজ অষ্ট্ৰেলিয়াৰ ৱেবছাইটক অষ্ট্ৰেলিয়াৰ ষ্ট্ৰেটেজিক পলিচি ইনষ্টিটিউটৰ সঞ্চালক পিটাৰ জেনিংছে কয়,’’মই ভাৱো এই তথ্যটো অত্যন্ত তাৎপৰ্যপূৰ্ণ। কিয়নো ই প্ৰমান কৰিছে যে চীনৰ বিজ্ঞানীসকলে এই ভাইৰাছক সামৰিক কামত ব্যৱহাৰৰ পৰিকল্পনা কৰিছিল। ইয়াৰ পৰা পুনৰ এবাৰ পোহৰলৈ আহিল যে হয়তো দুৰ্ঘটনাক্ৰমে চীনৰ পৰাই এই ভাইৰাছটো বিশ্বত বিয়পি পৰে।‘’

পিটাৰ জেনিংছে লগতে দাবী কৰি কয় যে সেই কাৰণেই হয়তো চীনে কৰ’না ভাইৰাছক লৈ কোনো তদন্ত হোৱাটো বিচৰা নাছিল।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd