• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ড্ৰাগছ সংক্ৰান্তীয় WhatsApp চ্যাট গ্ৰুপৰ এডমিন আছিল দীপিকা পাডুকন; দাবী এন চি বিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 26, 2020 8:47 am
WhatsApp Image 2020-09-26 at 8.09.54 AM

দীপিকা পাডুকন।

339
VIEWS
Share on FacebookShare on Twitter

বলীউদৰ ড্ৰাগছ কাণ্ডক লৈ নিত্য নতুন নতুন তথ্য পোহৰলৈ আহিছে। ড্ৰাগছক লৈ হোৱাটছএপৰ চ্যাট গ্ৰুপৰ এডমিন আছিল অভিনেত্ৰী দীপিকা পাডুকন।

এই সমগ্ৰ বিষয়টোৰ তদন্ত চলাই থকা নাৰক’টিকছ ব্যুৰো (এন চি বি)ৰ প্ৰতিবেদনত এনে চাঞ্চল্যকৰ দাবী কৰা হৈছে।

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে জড়িত হৈ পৰা ড্ৰাগছ কাণ্ডৰ তদন্ত তীব্ৰতৰ কৰি তুলি এন চি বিৰ বিষয়াসকলে বলীউদৰ অভ্যন্তৰত চলি থকা ভয়ংকৰ ড্ৰাগছ চক্ৰৰ সন্ধানত নামি পৰিছে।

তদন্ত নমাৰ পাছত তদন্তকাৰী সংস্থাটোৰ হাতত এগৰাকীৰ পাছত আন এগৰাকী বলীউদ তাৰকাৰ নাম আহি পৰিছে আৰু এই চক্ৰৰ হাতোৰা লক্ষ্য কৰি বিষয়াসকল আচৰিত হৈ পৰিছে।

টাইমছ নাওৰ এক বাতৰি অনুসৰি এন চি বিৰ সূত্ৰ মতে যিটো হোৱাটছএপ চ্যাটৰ আঁত ধৰি শনিবাৰে অভিনেত্ৰীগৰাকীক মাতি পঠোৱা হৈছে, দীপিকা সেই গ্ৰুপটোৰ নিজেই এডমিন আছিল।

গ্ৰুপটোৰ আন এগৰাকী এডমিন আছিল জয়া সাহা। শুকুৰবাৰে এনচিবিৰ জেৰাত তেওঁ নিজেই এইকথা স্বীকাৰ কৰে।

ইতিমধ্যেই এন চিবিয়ে জেৰাৰ বাবে ছাৰা আলী খান, ৰাকুল প্ৰীত সিং, আৰু ছিমন খামবাট্টাক মাতি পঠোৱা হৈছে। এই সন্দৰ্ভত শ্ৰদ্ধা কাপুৰৰো নাম জড়িত হৈ পৰিছে।

যোৱা ১৪ জুনত বান্তাৰ ফ্লেটত সুশান্ত সিঙৰ ওলমি থকা মৃতদেহ উদ্ধাৰৰ পাছত এতিয়া ইডি আৰু চিবিআইয়ে এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে।

ইডিয়ে গোচৰটোৰ সৈতে ড্ৰাগছ চক্ৰৰ সম্পৰ্ক বিচাৰি পোৱাৰ পাছত এই বিষয়ত তদন্ত আৰম্ভ কৰিছে কেন্দ্ৰীয় সংস্থা নাৰক’টিকছ কন্ট্ৰ’ল ব্যুৰোৱে।

সংস্থাটোৱে ইতিমধ্যে ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ভাতৃক গ্ৰেপ্তাৰ কৰাৰ পাছত বৰ্তমান তেওঁলোক কাৰাগাৰত আছে।

ৰিয়া আৰু তেওঁৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীক জেৰা কৰাৰ পাছতেই তেওঁলোকে চক্ৰটোৰ সৈতে বলীউদৰ বহু তাৰকাৰ সম্পৰ্ক থকাৰ তথ্য লাভ কৰে।

Recent News

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd