• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পৰীক্ষাৰ আগদিনাই NEET ৰ প্ৰশ্নকাকত পাইছিল বিহাৰৰ ২০ গৰাকী পৰীক্ষাৰ্থীয়ে; জেৰাত ওলাল জোলোঙাৰ মেকুৰী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2024 11:58 am
প্ৰতনিধিত্বমূলক ফটো।

প্ৰতনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰীক্ষাৰ আগদিনাই পাটনাত ২০ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছিল NEET ৰ প্ৰশ্নকাকত। তদন্তৰ সৈতে জড়িত এগৰাকী শীৰ্ষ বিষয়াৰ উদ্ধৃতি দি দ্য টাইমছ অৱ ইণ্ডিয়াই প্ৰকাশ কৰা অনুসৰি বিহাৰৰ বিভিন্ন প্ৰান্তৰ পৰা পাটনালৈ অনা হৈছিল শিক্ষাৰ্থীকেইজনক। ৰামকৃষ্ণনগৰৰ খেমনিচাক অঞ্চলৰ এটা ঘৰত (হোষ্টেল বুলিও ক’ব পাৰি) ৰখা হৈছিল। তাতেই তেওঁলোকৰ হাতত তুলি দিয়া হৈছিল অল ইণ্ডিয়া মেডিকেল প্ৰৱেশ পৰীক্ষাৰ (NEET-UG) প্ৰশ্নকাকত।

বিষয়াগৰাকীয়ে জনোৱা মতে, জেৰাৰ সময়ত ধৰা পৰা এজন ব্যক্তিয়ে প্ৰকাশ কৰে যে পৰীক্ষাৰ আগদিনাই ২০ জন পৰীক্ষাৰ্থীক সমষ্টিপুৰ জিলাৰ বাসিন্দা ছিকন্দৰ ইয়াদাভেন্দু নামৰ লোক এজনে NEET ৰ প্ৰশ্নকাকত প্ৰদান কৰিছিল। তদুপৰি, অভিযুক্তই জেৰাত দাবী কৰিছে যে তেওঁ কোন প্ৰশ্নৰ কি উত্তৰ হব সেয়াও দিছিল।

প্ৰতিবেদন অনুসৰি, জেৰাৰ সময়ত এই কথা কোৱা ব্যক্তিজনকো ৫ মে’ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। সেইদিনা NEETৰ প্ৰশ্নকাকত ফাদিল কৰাৰ অভিযোগত চাৰিজন পৰীক্ষকসহ তেৰজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোকক জেৰা অব্যাহত আছে।

লগতে পঢ়কঃ ৰাজ্যৰ প্ৰাক্তন শিক্ষা তথা ৰাজহ মন্ত্ৰী থানেশ্বৰ বড়ো অসুস্থ; হাস্পাতালত ভৰ্তি

তদন্তৰ সৈতে জড়িত বিষয়াগৰাকীয়ে কয়, ‘সোধা-পোছাৰ সময়ত এজন অভিযুক্তই কয় যে ছিকন্দৰ ইয়াদাভেন্দুৱে পাটনা বাইপাছৰ সমীপত দুমহলীয়া ঘৰৰ দুই-তিনিটা কোঠা ভাড়া লৈছিল। ৫ মে’ত তেওঁকো গ্ৰেপ্তাৰ কৰা হৈছিল।’

গোটেই ঘটনাটোৰ মাষ্টাৰমাইণ্ড সেই চিকন্দৰেনে? সেই সন্দৰ্ভত এতিয়ালৈকে আৰক্ষীয়ে একো অৱগত কৰা নাই। অৱশ্যে ছিকন্দৰ যে ‘ডাঙৰ মাছ’ আছিল তাত কোনো সন্দেহ নাই। প্ৰতিবেদনত এজন শীৰ্ষ বিষয়াৰ উদ্ধৃতি দি কোৱা হৈছে যে জেৰাৰ সময়ত অভিযুক্তই কয় যে নীট পৰীক্ষাৰ আগদিনা (৪ মে’) ছিকন্দৰে দুখন বাহনত ২০ জনতকৈ অধিক পৰীক্ষাৰ্থী আনিছিল। পিছত NEETৰ প্ৰশ্নকাকত আৰু উত্তৰ প্ৰাৰ্থীৰ হাতত অৰ্পণ কৰা হয়। যিখন বাহনত প্ৰাৰ্থীক অনা হৈছিল সেইখন ইতিমধ্যে জব্দ কৰা হৈছে।

প্ৰতিবেদন অনুসৰি, নাম প্ৰকাশ নকৰাৰ চৰ্তত এজন আৰক্ষী বিষয়াই কয় যে ছিকন্দৰে ভাড়াত লোৱা ঘৰটো খালী হৈ পৰি আছিল। কৰ’না মহামাৰীৰ আগতে তাত শিশুৰ বাবে এখন বিদ্যালয় আছিল। তাতেই নীট প্ৰাৰ্থীসকলক ৰখা হৈছিল। আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, পৰীক্ষাৰ দিনা তেওঁলোকক তাৰ পৰা পৰীক্ষা কেন্দ্ৰলৈ লৈ যোৱা হৈছিল।

লগতে পঢ়কঃ বিজেপিক কিয় ৪০০ আসন লাগে? বাবৰি মছজিদৰ প্ৰসংগেৰে ওড়িশাৰ নিৰ্বাচনী সভাত অসমৰ মুখ্যমন্ত্ৰী

উল্লেখ্য যে নীট পৰীক্ষাৰ দিনা ৰাজস্থানত সংঘটিত হোৱা এক ঘটনাৰ পাছত প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ খাৰিজ কৰিছিল সৰ্বভাৰতীয় চিকিৎসা প্ৰৱেশ পৰীক্ষাৰ আয়োজক নেশ্যনেল টেষ্টিং এজেন্সীয়ে। সংস্থাটোৰ জ্যেষ্ঠ সঞ্চালিকা সাধনা পৰাশৰে কৈছিল যে প্ৰশ্নকাকত ফাদিলৰ অভিযোগ সম্পূৰ্ণ ভিত্তিহীন। লগতে এন টি এৰ জ্যেষ্ঠ সঞ্চালকগৰাকীয়ে দাবী কৰিছিল যে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা NEET প্ৰশ্নকাকতৰ ছবিবোৰৰ প্ৰকৃত প্ৰশ্নকাকতৰ সৈতে কোনো সাদৃশ্য নাই। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd