• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্য প্রশাসনৰ কেইবাগৰাকীও প্ৰশাসনিক বিষয়াৰ পদোন্নতি তথা সালসলনি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 10, 2019 8:03 am
Assam-Secretariat-Janata-Bhavan-1140x570
2.3k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও এচিএছ বিষয়াক বৃহস্পতিবাৰে জাৰি কৰা এক নিৰ্দেশনাৰ জৰিয়তে পদোন্নতি তথা ৰদবদল কৰা হৈছে।

এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনা অনুসৰি পেঞ্চন বিভাগৰ অতিৰিক্ত সচিব দেবজিৎ বৰাক সচিব পদলৈ পদোন্নতি দিয়া হৈছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত সচিব মনিকা দাস মেধিক সচিব হিচাপে পদোন্নতি দিয়া হৈছে। সেইদৰে গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা বাবুলাল শৰ্মাক বিভাগটোৰ সচিব পদলৈ পদোন্নতি দিয়া হৈছে।

নিৰ্দেশনাযোগে কৃষি বিভাগৰ অতিৰিক্ত সচিব ৰূপজ্যোতি চহৰীয়াক কৃষিৰ লগতে আবকাৰী বিভাগৰো সচিব পদত নিযুক্তি দিয়া হৈছে। তদুপৰি, অতিৰিক্ত সচিব পদৰ পৰা শক্তি বিভাগৰ সচিব পদলৈ পদোন্নতি দিয়া হৈছে কল্যাণী দাস তালুকদাৰক।

ৰাজীৱ শ্বাহ, উদিত হুছেইনক পৰিবহণ আৰু পৰ্যটন বিভাগৰ অতিৰিক্ত সচিব পদৰ পৰা সচিব পদলৈ পদোন্নতি দিয়া হৈছে। অতিৰিক্ত সচিব পদৰ পৰা সচিব পদলৈ পদোন্নতি দিয়া হৈছে আন এগৰাকী এচিএছ বিষয়া মণিৰত্ন মহন্তক। সেইদৰে ছৈয়দা হাছিনা মুৰ্ছিদক অতিৰিক্ত সচিব পদৰ পৰা সচিব পদলৈ বদলি কৰা হৈছে।

একেটা নিৰ্দেশনা যোগে ওদালগুৰিৰ উপাযুক্ত দিলীপ কুমাৰ দাসক ৰাজহ বিভাগৰ সচিব পদলৈ পদোন্নতিসহ বদলি কৰা হৈছে। অসম বিত্তীয় বিভাগৰ বন্দনা দত্ত তামুলীক সচিব হিচাপে পদোন্নতি দি ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন আৰু সচিবালয় প্ৰশাসনলৈ বদলি কৰা হৈছে।

আনহাতে, মীন বিভাগৰ পৰা জে ডেকা ঠাকুৰক পাব্লিক এণ্টাৰপ্ৰাইজ বিভাগলৈ সচিব পদলৈ পদোন্নতি দি বদলি কৰা হৈছে।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd