• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুশান্ত সিং ৰাজপুতৰ মৃত্যু : অৱশেষত সুশান্তৰ প্ৰেয়সী ৰীয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ NCBৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 8, 2020 4:41 pm
aaaaa
599
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘ দিনৰ জল্পনা কল্পনাৰ অন্ত পৰিল। ৰহস্যঘন সুশান্তৰ আত্মহত্যা কাণ্ডৰ তদন্তই প্ৰতিদিনে নতুন নতুন মোৰ লোৱাৰ অন্তত আজি এক অন্য সফলতা লাভ কৰিছে তদন্তকাৰী সংস্থাই।

অৱশেষত গ্ৰেপ্তাৰ হ’ল সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা কাণ্ডৰ মূল অভিযুক্ত বুলি দাবী কৰি অহা সুশান্তৰ চৰ্চিত প্ৰেয়সী ৰীয়া চক্ৰৱৰ্তী।

মুম্বাইৰ আৰক্ষীৰ পৰা চিবিআইৰ হাতত তদন্তৰ ভাৰ অৰ্পণ কৰাৰ পিছতে বহু গোপন তথ্যৰ উন্মোচন ঘটিছিল সুশান্ত সিং আত্মহত্যা কাণ্ডৰ।

সমগ্ৰ ঘটনাক্ৰমত চিবিআই-এ নিষিদ্ধ ঘোষিত ড্ৰাগছৰ সংযোগ লাভ কৰাৰ পিছতে নাৰক’টিক্স কণ্ট্ৰ’ল ব্যুৰ(NCB)ক ইয়াৰ তদন্তৰ দায়িত্ব দিছিল।

ইতিপূৰ্বে NCBএ ড্ৰাগছ যোগান আৰু সেৱনৰ অভিযোগত ৰীয়া চক্ৰৱৰ্তীৰ ভাতৃ শৌভিক চক্ৰৱৰ্তী আৰু সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন হাউছ মেনেজাৰ চেমুৱেল মিৰাণ্ডাক গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ পিছতে ৰীয়া চক্ৰৱৰ্তীক NCBএ তিনি দিন ধৰি মাৰাথান জেৰা অব্যাহত ৰাখিছিল।

জেৰাত NCBএ ৰীয়া আৰু তেওঁ সংগীৰ বিৰুদ্ধে ড্ৰাগছ সেৱন আৰু ড্ৰাগছৰ ব্যৱসায়িক আদান প্ৰদানৰ তথ্যও লাভ কৰিছে। আনকি NCBৰ জেৰাত খোদ ৰীয়াই এই কথা স্বীকাৰ কৰিছে বুলিও জানিব পৰা গৈছে।

ইয়াৰ পিছতে ৰীয়াৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় আৰু স্বাস্থ্য পৰীক্ষাৰ পিছতে NCBএ ৰীয়াক গ্ৰেপ্তাৰ কৰে।

এক সূত্ৰৰ মতে ৰীয়া চক্ৰৱৰ্তীৰ ড্ৰাগছৰ সৰবৰাহৰ গোটত বলিউদৰ প্ৰায় ২৫ গৰাকী লোক জড়িত হৈ আছে।

উল্লেখ্য যে ইতিমধ্যে NCBএ ৰীয়াৰ লেপটপসহ মোবাইল বাজেয়াপ্ত কৰিছিল আৰু তাৰ পৰাও NCBএ বহু আপত্তিজনক তথ্য লাভ কৰিছে।

ইফালে ৰীয়া চক্ৰৱৰ্তীয়ে কালি বান্দ্ৰা থানাত সুশান্ত সিং ৰাজপুতৰ দুই ভগ্নী আৰু চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

সুশান্ত সিং ৰাজপুতৰ ভগ্নী শ্বেতা সিঙে ৰীয়াই যিবোৰ অভিযোগত এজাহাৰ দাখিল কৰিছে সেই অভিযোগসমূহ ভুৱা বুলি দাবী কৰিছে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd