• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাৰি বছৰৰ ভিতৰত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ সংখ্যা ২৪ টালৈ বৃদ্ধি

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ গণনা সম্পন্ন

ময়ুখ গোস্বামী, মঙলদৈ by ময়ুখ গোস্বামী, মঙলদৈ
March 22, 2022 10:36 am
619
VIEWS
Share on FacebookShare on Twitter

বিগত চাৰি বছৰত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ সংখ্যা ২৪ টালৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া গঁড়ৰ গণনা কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত মঙলদৈ বন্যপ্ৰাণী বিভাগৰ বন সংমণ্ডল বিষয়া প্ৰদীপ্ত বৰুৱাই এই কথা প্ৰকাশ কৰে।

তেওঁ কয়— ” যোৱা কেইবছৰমানত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। আমি মুঠ ১২৫ টা গঁড় থকাৰ বিষয়ে নিশ্চিত হৈছো আৰু এই সংখ্যাৰ সৈতে ২৪ টা গঁড় নতুনকৈ সংযোগ হৈছে।’

তেওঁ লগতে কয় যে গণনাৰ সময়ত ৪৩ টা মতা , ৪৯ টা মাইকী আৰু ২৩ টা পোৱালি গঁড়ৰ তথ্য পোৱা গৈছে। বাকী ১০ টা গঁড়ৰ লিংগ নিৰ্ধাৰণ কৰিব পৰা হোৱা নাই বুলি তেওঁ প্ৰকাশ কৰে।

উল্লেখ্য উদ্যানখনৰ ষোল্লটা বন খণ্ডত দুদিনীয়াকৈ গঁড়ৰ গণনা কাৰ্য চলোৱা হৈছিল । এই গণনা কাৰ্যত মুঠতে ষোল্লটা হাতী ব্যৱহাৰ কৰা হৈছিল।

বন বিভাগৰ কৰ্মচাৰীৰ উপৰি বিশ্ব বন্যপ্ৰাণী সংস্থা, প্ৰকৃতি সংগঠন আৰণ্যকৰ কৰ্মী,মঙলদৈ মহাবিদ্যালয়ৰ একাংশ শিক্ষকেও এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে।

অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বন বিষয়া বি এন তালুকদাৰ ,হিতেশ ভট্টাচাৰ্য, মাজিদুল হুছেইন, বন সংমণ্ডল বিষয়া ডিব্ৰুগড় (টেৰিটৰিয়েল) সন্দীপ কুমাৰ, বিশ্ব বন্যপ্ৰাণী সংস্থাৰ বিষয়ববীয়া অমিত শৰ্মা আৰু আৰণ্যকৰ বিভব তালুকদাৰেও গঁড় গণনা প্ৰক্ৰিয়াত সক্ৰিয় ভাবে অংশগ্ৰহণ কৰে।

Recent News

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd