• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“হিমন্তই চীনৰ পৰা অনা পি পি ই কিট ক’ত হৰলুকি হ’ল?” উভতি ধৰিলে ৰিপুন বৰাই

"ক'ৰনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাহুল গান্ধীয়ে বাতিল কৰিলে সভা , মোদী/শ্বাহে কিয় নোৱাৰিলে?"ৰিপুন বৰা

জাহ্নৱী  বৰুৱা by জাহ্নৱী বৰুৱা
April 19, 2021 6:16 pm
a ripu
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশজুৰি ক’ৰনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক  চীনৰ পৰা আমদানি কৰি অনা পি পি ই কিটৰ কথা সোঁৱৰালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

সোমবাৰে সংবাদ মাধ্যমৰ আগত বৰাই  এনেদৰে প্ৰশ্ন কৰে “হিমন্তই চীনৰ পৰা অনা পি পি ই কিট ক’ত হৰলুকি হ’ল?কোভিডৰ সময়ত ৰাইজ আৰু বিধায়কে দিয়া দৰমহাৰ ধন  ক’ত খৰছ কৰিলে তাৰো উত্তৰ হিমন্ত বিশ্ব শৰ্মাই দিব লাগিব।হিমন্ত বিশ্ব শৰ্মাৰ মিছা মতা স্বভাৱ আছে।কোভিডৰ সময়ত কোনটো আন্তঃগাঁথনি কৰি দেখুৱালে এই সকলো প্ৰশ্নৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাই দিব লাগিব’।

আনহাতে পশ্চিমবংগত নিৰ্বাচনী সভাৰ কথা উল্লেখ কৰি  ৰিপুন বৰাই কয়”ক’ৰনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাহুল গান্ধীয়ে বাতিল কৰিলে সভা, মোদী/শ্বাহে কিয় নোৱাৰিলে?তেওঁলোকে নিৰ্বাচনী সভা পাতিছে, কিন্তু ক’ৰনাৰ যি ভয়াৱহতা তাৰ প্ৰতি তেওঁলোকে দায়িত্ব লব নে’?

“বিজেপি চৰকাৰে ৰাজনৈতিক স্বাৰ্থত মানুহৰ জীৱনক লৈ যি হেতালি খেলিছে  তাক আমি ধিক্কাৰ দিছোঁ”,বিজেপিক কটাক্ষ কৰি ৰিপুন বৰাই কয়।

জাহ্নৱী  বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

পাৰ হৈ গ’ল ধেমাজীৰ বোমা বিস্ফোৰণৰ দুটা দশক : আজিও অসমবাসীয়ে পাহৰা নাই সেই অভিশপ্ত ১৫ আগষ্ট

পাৰ হৈ গ’ল ধেমাজীৰ বোমা বিস্ফোৰণৰ দুটা দশক : আজিও অসমবাসীয়ে পাহৰা নাই সেই অভিশপ্ত ১৫ আগষ্ট

August 15, 2025 7:15 pm
৭৯ সংখ্যক স্বাধীনতা দিৱসত তিহাৰ কাৰাগাৰত বন্দী প্ৰায় ১৫০০ দোষীক মুক্তি!

৭৯ সংখ্যক স্বাধীনতা দিৱসত তিহাৰ কাৰাগাৰত বন্দী প্ৰায় ১৫০০ দোষীক মুক্তি!

August 15, 2025 6:18 pm
ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

August 15, 2025 4:57 pm
২০৩০ চনৰ ভিতৰত জলশূন্য হ’ব কাবুল! সমগ্ৰ আফগানিস্তানত ভয়াৱহ জল সংকট

২০৩০ চনৰ ভিতৰত জলশূন্য হ’ব কাবুল! সমগ্ৰ আফগানিস্তানত ভয়াৱহ জল সংকট

August 15, 2025 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাৰ হৈ গ’ল ধেমাজীৰ বোমা বিস্ফোৰণৰ দুটা দশক : আজিও অসমবাসীয়ে পাহৰা নাই সেই অভিশপ্ত ১৫ আগষ্ট

পাৰ হৈ গ’ল ধেমাজীৰ বোমা বিস্ফোৰণৰ দুটা দশক : আজিও অসমবাসীয়ে পাহৰা নাই সেই অভিশপ্ত ১৫ আগষ্ট

August 15, 2025 7:15 pm
৭৯ সংখ্যক স্বাধীনতা দিৱসত তিহাৰ কাৰাগাৰত বন্দী প্ৰায় ১৫০০ দোষীক মুক্তি!

৭৯ সংখ্যক স্বাধীনতা দিৱসত তিহাৰ কাৰাগাৰত বন্দী প্ৰায় ১৫০০ দোষীক মুক্তি!

August 15, 2025 6:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd