• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্ঘটনাৰ পিছত প্ৰথমবাৰ নিজৰ ফটো শ্বেয়াৰ কৰিলে ঋষভে; হাতত ক্ৰাচ, ভৰিত বেণ্ডেজ…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 11, 2023 8:52 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত অনুৰাগীসকলে তেওঁক দেখা পালে। তেওঁলোকে দেখিলে ভয়ংকৰ দুৰ্ঘটনাটোৰ পিছত তেওঁ কিমান আৰোগ্য হৈ উঠিছে। ঋষভ পন্টে শুকুৰবাৰে গাড়ী দুৰ্ঘটনাত আঘাত প্ৰাপ্ত হোৱাৰ পিছত তেওঁৰ প্ৰথমখন ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।

ভাৰতীয় উইকেটকীপাৰগৰাকীয়ে  সন্ধিয়া প্ৰায় ৬:৩০ বজাত তেওঁৰ ছচিয়েল মিডিয়া একাউণ্টত দুখন ফটো পোষ্ট কৰে। তাত দেখা গৈছে যে তেওঁ মুকলি চাদত ক্ৰাচৰ ওপৰত ভৰ দি খোজ কাঢ়ি আছে। সোঁ ভৰিত ডাঠ বেণ্ডেজ। সেই ভৰিৰ পতা এতিয়াও ফুলি আছে। ভৰি মাটিত পৰা নাই। তেওঁ সেই ভৰিৰে চেণ্ডেলো পিন্ধিব পৰা নাই। বাওঁ ভৰিত হাৱাই চেণ্ডেল।

বগা টি-চাৰ্ট আৰু হাফ পেণ্ট পিন্ধি তেওঁ মুকলি আকাশৰ তলত খোজ কাঢ়ি আছে। তেওঁৰ সোঁ হাতৰ কিলাকুটিতো বেণ্ডেজ আছে। বুজা গৈছে যে অস্ত্ৰোপচাৰৰ পিছত বহুখিনি সুস্থ হ’লেও পণ্টে সম্পূৰ্ণ ফিট হৈ খেলপথাৰলৈ উভতি আহিবলৈ যথেষ্ট সময় ল’ব।

পণ্টে ছবিখনৰ কেপচনত লিখিছে, “সন্মুখৰ পিনে আৰু এখোজ। আৰু শক্তিশালী হৈ উঠিছো। সুস্থ হোৱাৰ পথত আৰু এখোজ।”এনেদৰেই পণ্টে নিজকে অনুপ্ৰাণিত কৰি আছে।

One step forward
One step stronger
One step better pic.twitter.com/uMiIfd7ap5

— Rishabh Pant (@RishabhPant17) February 10, 2023

ইয়াৰ আগতে বুধবাৰে পণ্টে এখন ফটো পোষ্ট কৰিছিল। দেখা গৈছিল যে তেওঁ চিকিৎসালয়ৰ চাৰিবেৰৰ পৰা ওলাই আহিছে। তেওঁ লিখিছিল, “কেতিয়াও অনুভৱ কৰা নাছিলো যে চাৰিখন দেৱালৰ বাহিৰত বহি সতেজ বতাহত উশাহ ল’বলৈ সক্ষম হোৱাটো ইমান আনন্দদায়ক।‘’ এইবাৰ, তেওঁ তেওঁৰ বৰ্তমানৰ শাৰীৰিক অৱস্থাৰ এখন ছবি ৰাজহুৱা কৰিলে।

উল্লেখ্য যে যোৱা ৩০ ডিচেম্বৰৰ পুৱতি নিশা ৰাজপথত গাড়ী চলাই থাকোতে পণ্ট দুৰ্ঘটনাত পতিত হৈছিল। তেওঁ জ্বলন্ত গাড়ীখনৰ পৰা নামি আহি কেনেবাকৈ প্ৰাণ বচাইছিল। ভাৰতীয় উইকেট-কীপাৰজনৰ ডেৰাডুনৰ এখন চিকিৎসালয়ত আৰু তাৰ পিছত মুম্বাইত অস্ত্ৰোপচাৰ কৰা হয়। তেওঁ এতিয়াও মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছে। হয়তো তেওঁক সোনকালে ৰিলিজ দিয়া হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd