• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুযোগ! এ চি চি পুৰুষ ইমাৰ্জিং টিমছ এছিয়া কাপ ২০২৩ৰ বাবে ইণ্ডিয়া এ দলত ৰিয়ান পৰাগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 5, 2023 5:33 pm
204
VIEWS
Share on FacebookShare on Twitter

আগন্তুক এচিচি পুৰুষ ইমাৰ্জিং টিমছ এছিয়া কাপ ২০২৩ৰ বাবে ইণ্ডিয়া এ দললৈ নিৰ্বাচিত হৈছে অসমৰ ৰিয়ান পৰাগ।

১৩ জুলাইৰ পৰা শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া এই  ইমাৰ্জিং টিমছ এছিয়া কাপত ভাৰতীয় ১৫ জনীয়া দলটোৰ নেতৃত্বত থাকিব যশ ধুল। ৫০ অভাৰৰ ফৰ্মেটত এছিয়াৰ ৮টা দলৰ মাজত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা।

ইণ্ডিয়া এ দলঃ সাই সুদৰ্শন, অভিষেক শৰ্মা (উপ অধিনায়ক), নিকিন জোচ, প্ৰদোষ ৰঞ্জন পল, যশ ধুল (অধিনায়ক), ৰিয়ান পৰাগ, নিশান্ত সিন্ধু, প্ৰভসিমৰন সিং (উইকেটকীপাৰ), ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), মানৱ সুথাৰ, যুৱৰাজসিং ডোদিয়া, হৰ্ষিত ৰাণা, আকাশ সিং, নীতিশ কুমাৰ ৰেড্ডী, ৰাজবৰ্ধন হাংগাৰগেকাৰ।

ষ্টেণ্ডবাই খেলুৱৈ : হৰ্ষ ডুবে, নেহাল ৱাধেৰা, স্নেল পেটেল, মোহিত ৰেডকাৰ।

১৩ জুলাইত ইউ এ ই-এৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিব ইণ্ডিয়া এ-দলে।

অহা ১৫ আৰু ১৮ জুলাইত ক্ৰমে পাকিস্তান এ আৰু নেপাল এৰ বিৰুদ্ধে যুঁজত নামিব ভাৰতীয় দলটোৱে। ২৩ জুলাইত ফাইনেল খেলখন অনুষ্ঠিত হ’ব।

স্বাভাৱিকতে, বিগত আইপিএলত বেয়া প্ৰদৰ্শনৰ বাবে সমালোচনাৰ সন্মুখীন হোৱা ৰিয়ান পৰাগৰ বাবে এয়া এক সুযোগ হিচাপে বিবেচিত হৈছে।

Recent News

ঘাইপথত হঠাৎ ব্ৰেক লগোৱাটো চালকৰ গাফিলতি হিচাপে গণ্য কৰা হ’বঃ উচ্চতম ন্যায়ালয়

ঘাইপথত হঠাৎ ব্ৰেক লগোৱাটো চালকৰ গাফিলতি হিচাপে গণ্য কৰা হ’বঃ উচ্চতম ন্যায়ালয়

ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কত অসন্তুষ্ট আমেৰিকা

ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কত অসন্তুষ্ট আমেৰিকা

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd