• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জল্পনা-কল্পনাৰ অৱসান ঘটাই টেষ্ট শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ উৰা মাৰিলে ৰোহিত শৰ্মাই

এন ই নাও নিউজ by এন ই নাও নিউজ
December 16, 2020 7:32 am
177
VIEWS
Share on FacebookShare on Twitter

অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই অষ্ট্ৰেলিয়ালৈ উৰা মাৰিছে ভাৰতীয় এদিনীয়া ক্ৰিকেট দলৰ সহ-অধিনায়ক ৰোহিত শৰ্মা।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া চাৰিখনীয়া টেষ্ট শৃংখলাৰ অন্তিম দুখন টেষ্টত ভাৰতীয় ক্ৰিকেট দলৰ সৈতে উপলব্ধ হ’ব তাৰকা ক্ৰিকেটাৰ ৰোহিত শৰ্মা।

মঙলবাৰে ৰাতিপুৱাই ডুৱাই হৈ অষ্ট্ৰেলিয়ালৈ ৰোহিত শৰ্মাই উৰা মৰা বুলি জানিব পৰা গৈছে।

বিগত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সময়ত হেমষ্ট্ৰিঙত আঘাত পোৱা বাবে ৰোহিত শৰ্মাই অষ্ট্ৰেলিয়াগামী ভাৰতীয় দলত স্থান লাভ কৰা নাছিল।

পৰৱৰ্তী সময়ত ৰোহিত শৰ্মাই ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত নিজৰ ফিটনেছৰ ওপৰত কাম কৰি ফিটনেছ টেষ্টত উত্তীৰ্ণ হয় আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া অন্তিম দুখন এদিনীয়াত ভাৰতীয় দলত স্থান লাভ কৰে।

উল্লেখযোগ্য যে, পত্নী অনুষ্কা শৰ্মাই প্ৰথম সন্তান প্ৰসৱ কৰাৰ শুভক্ষণত ওচৰত থকাৰ বাবে অধিনায়ক বিৰাট কোহলীয়ে প্ৰথমখন টেষ্টত অংশ লৈ ভাৰতলৈ উভতি আহিব।

বিৰাট কোহলীৰ অনুপস্থিতিত ৰোহিত শৰ্মাৰ ভাৰতীয় দলত উপস্থিতি যথেষ্ট সহায়ক হ’ব।

Recent News

চৰকাৰৰ ডিজিটেল ষ্ট্ৰাইক! ব্লক কৰিলে ৪ লাখ চিম কাৰ্ড

চৰকাৰৰ ডিজিটেল ষ্ট্ৰাইক! ব্লক কৰিলে ৪ লাখ চিম কাৰ্ড

গভীৰ অৰণ্যৰ মাজত দলিত মহিলাক দলবদ্ধ ধৰ্ষণ! পুনৰ বিজেপিশাসিত ৰাজ্যত নাৰী সুৰক্ষাক লৈ প্ৰশ্ন

গভীৰ অৰণ্যৰ মাজত দলিত মহিলাক দলবদ্ধ ধৰ্ষণ! পুনৰ বিজেপিশাসিত ৰাজ্যত নাৰী সুৰক্ষাক লৈ প্ৰশ্ন

মোহালীৰ অক্সিজেন চিলিণ্ডাৰ প্লাণ্টত ভয়ংকৰ বিস্ফোৰণ! দুজনৰ মৃত্যু, চাৰিজন আহত

মোহালীৰ অক্সিজেন চিলিণ্ডাৰ প্লাণ্টত ভয়ংকৰ বিস্ফোৰণ! দুজনৰ মৃত্যু, চাৰিজন আহত

বিহাৰৰ খচৰা নিৰ্বাচনী তালিকাৰ পৰা ৬৫ লাখ ভোটাৰৰ নাম প্ৰত্যাহাৰঃ ব্যক্তিগত কাৰণ বিচাৰি কৰা আবেদনৰ উত্তৰ বিচাৰিছে উচ্চতম ন্যায়ালয়ে

বিহাৰৰ খচৰা নিৰ্বাচনী তালিকাৰ পৰা ৬৫ লাখ ভোটাৰৰ নাম প্ৰত্যাহাৰঃ ব্যক্তিগত কাৰণ বিচাৰি কৰা আবেদনৰ উত্তৰ বিচাৰিছে উচ্চতম ন্যায়ালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd