• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 3, 2025 3:47 pm
239
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ মানৱ সৰবৰাহৰ বিৰুদ্ধে অভিযানত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সুৰক্ষা বাহিনীয়ে ২৫ জুনৰ পৰা ২৯ জুনৰ ভিতৰত বিভিন্ন ৰে’ল ষ্টেচনৰ পৰা ২২ জন নাবালক আৰু ৫ জন প্ৰাপ্তবয়স্কক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এই পাঁচদিনীয়া অভিযানত আৰ পি এফৰ দলসমূহে দুৰ্বল ব্যক্তিসকলক সুৰক্ষা প্ৰদানৰ বাবে কাম কৰিছে। উদ্ধাৰ কৰা গোটটোত আছিল ২২টা শিশু আৰু পাঁচজন প্ৰাপ্তবয়স্ক। তেওঁলোকক নিৰাপদে চাইল্ড লাইন কৰ্তৃপক্ষৰ, স্থানীয় বেচৰকাৰী সংস্থা (এন জি অ’), তেওঁলোকৰ পিতৃ-মাতৃ, আৰু আৰক্ষীৰ হাতত সঠিক যত্ন আৰু সহায়ৰ বাবে গতাই দিয়া হয়।

উল্লেখ্য যে তেওঁলকে আৰ পি এফে “মেৰী সাহেলী” নামৰ এক বিশেষ কাৰ্যসূচীও চলাই আছে, যিটো মহিলা ভ্ৰমণকাৰীক বিশেষকৈ অকলে যাত্ৰা কৰা মহিলা ভ্ৰমণকাৰীসকলক সুৰক্ষিত কৰি ৰাখিবলৈ ৰচনা কৰা হৈছে। ইয়াৰ বাবে তেওঁলোকে মহিলা বিষয়াৰ দল গঠন কৰিছে যিয়ে মহিলা যাত্ৰীৰ সুৰক্ষা সক্ৰিয়ভাৱে নিৰীক্ষণ আৰু নিশ্চিত কৰে। তেওঁলোকৰ এই প্ৰচেষ্টাই ৰে’লত বহু মহিলাৰ বাবে অধিক নিৰাপদ ভ্ৰমণ অভিজ্ঞতা সৃষ্টি কৰাত সহায় কৰিছে।

মহিলা আৰু শিশুৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি দ্ৰুত পদক্ষেপ গ্ৰহণ, নিয়মীয়া টহল দিয়া, বিভিন্ন সহায়ক ব্যৱস্থা প্ৰদান কৰি যাত্ৰীৰ সুৰক্ষা বৃদ্ধিৰ বাবে আৰ পি এফে প্ৰতিশ্ৰুতিবদ্ধ বুলি সদৰী কৰিছে।

Recent News

ইউনিচেফ-য়ুৱাহৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় যুৱ জলবায়ু সংঘৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ অসমৰ অংকিতা শৰ্মা বৰদলৈৰ

ইউনিচেফ-য়ুৱাহৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় যুৱ জলবায়ু সংঘৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ অসমৰ অংকিতা শৰ্মা বৰদলৈৰ

অসম, অৰুণাচল, নাগালেণ্ড আৰু মিজোৰামৰ বন ধ্বংসৰ বাবে উচ্চস্তৰীয় কমিটী গঠনৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অসম, অৰুণাচল, নাগালেণ্ড আৰু মিজোৰামৰ বন ধ্বংসৰ বাবে উচ্চস্তৰীয় কমিটী গঠনৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অৰ্ধ উলংগ হৈ নাবালক ছাত্ৰলৈ ভিডিঅ’ কল শিক্ষয়িত্ৰীৰ! অভিভাৱকৰ অভিযোগত গ্ৰেপ্তাৰ

অৰ্ধ উলংগ হৈ নাবালক ছাত্ৰলৈ ভিডিঅ’ কল শিক্ষয়িত্ৰীৰ! অভিভাৱকৰ অভিযোগত গ্ৰেপ্তাৰ

প্ৰধানমন্ত্ৰী মোদীক উচিত প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ

প্ৰধানমন্ত্ৰী মোদীক উচিত প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd