• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ্পৰেটকো চেৰ পেলাব! আৰ আৰ এছৰ ১৫০ কোটি টকাৰ কাৰ্যালয়; আছে ১৩ মহলীয়া ৩টা টাৱাৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 13, 2025 3:37 pm
287
VIEWS
Share on FacebookShare on Twitter

পুনৰ্নিমাণৰ পিছত দিল্লীত উদ্বোধন কৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছএছ) কাৰ্যালয়টোৱে আনকি কৰ্পৰেট কাৰ্যালয়কো চেৰ পেলাব। ১৩ মহলীয়া তিনিটা টাৱাৰ। তাত আছে চিকিৎসালয়, হনুমান মন্দিৰ, প্ৰেক্ষাগৃহ, পুথিভঁৰাল।

পাঁচ লাখ বৰ্গফুট ঠাই; ইয়াত তিনিটা টাৱাৰ, একাধিক প্ৰেক্ষাগৃহ, এখন চিকিৎসালয়, এটা পুথিভঁৰাল, আৰু এটা হনুমান মন্দিৰ আছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ১৫০ কোটি টকা ব্যয় কৰি দিল্লীত নিজৰ কাৰ্যালয়ৰ ৰূপান্তৰ ঘটাইছে। উদ্বোধন কৰা হ’ল চকু চাট মাৰি ধৰা কাৰ্যালয়। সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি আৰএছএছৰ কাৰ্যালয় ‘কেশব কুঞ্জ’ত প্ৰায় ৩০০টা কোঠা আৰু কাৰ্যালয় আছে।

বাতৰি অনুসৰি, ১৯৬২ চনৰ পৰা দিল্লীত থকা আৰএছএছৰ দুমহলীয়া কাৰ্যালয়টো পুনৰ্নিমাণ কৰি আধুনিক কৰি তোলা হৈছে। টাৱাৰ তিনিটা (তল মহলাৰ পৰা দ্বাদশ মহলা)ৰ নাম সাধনা, প্ৰেৰণা, আৰু অৰ্চনা ৰখা হৈছে। আৰু আটাইতকৈ ডাঙৰ প্ৰেক্ষাগৃহটোৰ নাম অশোক সিংঘলৰ নামেৰে ৰখা হৈছে। বিশ্ব হিন্দু পৰিষদৰ নেতাগৰাকী ৰাম মন্দিৰ আন্দোলনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল।

সূত্ৰ অনুসৰি, গুজৰাটৰ স্থপতিবিদ অনুপ দাভেই কেশৱ কুঞ্জৰ ডিজাইন কৰিছে। সংঘৰ নতুন কাৰ্যালয়ত আধুনিক প্ৰযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে বতাহ চলাচল আৰু পৰ্যাপ্ত সূৰ্যৰ পোহৰ নিশ্চিত কৰিবলৈ প্ৰাচীন স্থাপত্য শৈলীও অনুসৰণ কৰা হৈছে। আকৌ অশোক সিংঘল প্ৰেক্ষাগৃহত ৪৬৩ জন লোকৰ বহাৰ ব্যৱস্থা আছে। আন এটা হলত ৬৫০ জন লোক থাকিব পাৰে।

আৰ এছ এছৰ সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা প্ৰতিবেদন অনুসৰি, ‘কেশৱ কুঞ্জ’ৰ বাবে প্ৰায় ১৫০ কোটি টকা ব্যয় কৰা হৈছে। সেয়া হিন্দুত্ববাদী সংগঠনটোৰ ৭৫ হাজাৰ অনুগামীৰ পৰা পোৱা গৈছে। সমগ্ৰ পুনৰ্নিমাণৰ কাম সম্পূৰ্ণ কৰি ‘কেশৱ কুঞ্জ’ উদ্বোধন কৰিবলৈ আঠ বছৰ সময় লাগিছিল। এই কামৰ সময়ছোৱাত দৈনন্দিন কাম-কাজৰ বাবে ২০১৬ চনৰ পৰা এটা স্থান ভাড়াতো লৈছিল আৰ এছ এছে।

নতুন কাৰ্যালয়ৰ সংঘৰ কৰ্মকৰ্তাসকলে জনোৱা মতে, ‘কেশব কুঞ্জ’ত সৌৰ শক্তিৰ পেনেল আছে। কিছু চাহিদা সৌৰশক্তিৰ জৰিয়তে পূৰণ কৰা হ’ব। যিখন চিকিৎসালয় আছে, সেইখনত আশে-পাশে থকা দৰিদ্ৰ লোকসকলকো সেৱা আগবঢ়াব। সূত্ৰ অনুসৰি বাহিৰৰ পৰা অহা লোকেও পুথিভঁৰাললৈ যাব পাৰিব।

Recent News

ধ্বংসৰ মুখত কৰাচী বন্দৰ; পাকিস্তানৰ ওপৰত জল, স্থল আৰু আকাশ তিনি পথেৰে আক্ৰমণ ভাৰতৰ

ধ্বংসৰ মুখত কৰাচী বন্দৰ; পাকিস্তানৰ ওপৰত জল, স্থল আৰু আকাশ তিনি পথেৰে আক্ৰমণ ভাৰতৰ

হামাছৰ দৰে আক্ৰমণ কৰিছে পাকিস্তানে! ভাৰতে ধ্বংস কৰিলে তিনিখন যুদ্ধ বিমান

হামাছৰ দৰে আক্ৰমণ কৰিছে পাকিস্তানে! ভাৰতে ধ্বংস কৰিলে তিনিখন যুদ্ধ বিমান

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd