• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Ukraine war: ইউক্ৰেইন সংকটৰ ফল; চীনৰ আটাইতকৈ বৃহৎ তেল সৰবৰাহকাৰী হৈ পৰিল ৰাছিয়া!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2022 6:41 pm
Ukraine war: ইউক্ৰেইন সংকটৰ ফল; চীনৰ আটাইতকৈ বৃহৎ তেল সৰবৰাহকাৰী হৈ পৰিল ৰাছিয়া!
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউক্ৰেইন সংকটৰ পিছত ৰাছিয়াৰ ওপৰত পশ্চিমীয়া নিষেধাজ্ঞাৰ ফলত বিশ্বব্যাপী বাণিজ্য পথত পৰিৱৰ্তন আহিছে। বিশ্বত ৰাছিয়াৰ তেলৰ বজাৰ হ্ৰাস পাইছে যদিও চীনত সম্প্ৰসাৰিত হৈছে তেলৰ বজাৰ।

আন্তৰ্জাতিক সংবাদমাধ্যমৰ বাতৰি অনুসৰি ২৪ ফেব্ৰুৱাৰীৰ পৰা এতিয়ালৈকে ৰাছিয়া চীনৰ সৰ্ববৃহৎ তেল সৰবৰাহকাৰীত পৰিণত হৈছে।

লগতে পঢ়ক: Ukraine War: বৈঠকত ৰাছিয়াৰ মিছাইল আক্ৰমণ; ৫০ জনতকৈও অধিক ইউক্ৰেনীয় জেনেৰেল নিহত হোৱাৰ দাবী

চীনে চলিত বছৰৰ আৰম্ভণিতকৈ মে’ মাহত ৰাছিয়াৰ পৰা ৫৫ শতাংশ অধিক তেল আমদানি কৰিছে। পূৰ্বে চৌদি আৰৱ চীনৰ মুখ্য তেল যোগানকাৰী আছিল।

চীনে কৰ’না সংকটৰ সৈতে মোকাবিলা কৰিবলৈ তেলৰ বাবে ৰাছিয়াৰ পিনে মুখ কৰাৰ বিপৰীতে ৰাছিয়াইও অৰ্থনীতি ধৰি ৰাখিবলৈ চীনত তেলৰ বজাৰ সম্প্ৰসাৰিত কৰে।

লগতে পঢ়ক: দেশৰ সৰ্বস্তৰত অগ্নিপথ বিৰোধী প্ৰতিবাদ; ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ: ফটো গেলেৰী

উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰী মাহত চীন আৰু ৰাছিয়াই ঘোষণা কৰিছিল যে তেওঁলোকে তেওঁলোকৰ বন্ধুত্ব আৰু শক্তিশালী কৰি তুলিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিমন্ত বিশ্ব শৰ্মাৰ হাতত চাৰিটা মোবাইল আছে, চাৰি নম্বৰ ফোনটো কংগ্ৰেছলৈ ফোন কৰিবৰ বাবে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাৰ হাতত চাৰিটা মোবাইল আছে, চাৰি নম্বৰ ফোনটো কংগ্ৰেছলৈ ফোন কৰিবৰ বাবে : গৌৰৱ গগৈ

August 17, 2025 8:13 pm
পাকিস্তানত ধাৰাবৃষ্টি আৰু বানৰ ফলত  ৩০০ৰো অধিক লোকৰ মৃত্যু : ২০০ৰো অধিক লোক এতিয়াও সন্ধানহীন

পাকিস্তানত ধাৰাবৃষ্টি আৰু বানৰ ফলত  ৩০০ৰো অধিক লোকৰ মৃত্যু : ২০০ৰো অধিক লোক এতিয়াও সন্ধানহীন

August 17, 2025 7:58 pm
চাহ শ্ৰমিকৰ অধিকাৰ সুৰক্ষিত নে? চৰকাৰ আৰু মালিকৰ উদাসীনতাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ হুংকাৰ

চাহ শ্ৰমিকৰ অধিকাৰ সুৰক্ষিত নে? চৰকাৰ আৰু মালিকৰ উদাসীনতাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ হুংকাৰ

August 17, 2025 7:44 pm
২০৩০ চনত আহমেদাবাদত অনুষ্ঠিত হ’ব পাৰে কমনৱেলথ গেমছ! ৩১ আগষ্টৰ ভিতৰত চূড়ান্ত প্ৰস্তাৱ দাখিল কৰিব লাগিব ভাৰত চৰকাৰে

২০৩০ চনত আহমেদাবাদত অনুষ্ঠিত হ’ব পাৰে কমনৱেলথ গেমছ! ৩১ আগষ্টৰ ভিতৰত চূড়ান্ত প্ৰস্তাৱ দাখিল কৰিব লাগিব ভাৰত চৰকাৰে

August 17, 2025 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিমন্ত বিশ্ব শৰ্মাৰ হাতত চাৰিটা মোবাইল আছে, চাৰি নম্বৰ ফোনটো কংগ্ৰেছলৈ ফোন কৰিবৰ বাবে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাৰ হাতত চাৰিটা মোবাইল আছে, চাৰি নম্বৰ ফোনটো কংগ্ৰেছলৈ ফোন কৰিবৰ বাবে : গৌৰৱ গগৈ

August 17, 2025 8:13 pm
পাকিস্তানত ধাৰাবৃষ্টি আৰু বানৰ ফলত  ৩০০ৰো অধিক লোকৰ মৃত্যু : ২০০ৰো অধিক লোক এতিয়াও সন্ধানহীন

পাকিস্তানত ধাৰাবৃষ্টি আৰু বানৰ ফলত  ৩০০ৰো অধিক লোকৰ মৃত্যু : ২০০ৰো অধিক লোক এতিয়াও সন্ধানহীন

August 17, 2025 7:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd