• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাছিয়াৰ ৪০০ ড্ৰোন, ৪০টা ক্ষেপণাস্ত্ৰৰ আক্ৰমণত তচনচ ইউক্ৰেইন; ৬জনৰ মৃত্যু, আহত কমেও ৮০ জন

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 7, 2025 11:06 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউক্ৰেইনৰ ড্ৰ’ন আক্ৰমণৰ প্ৰতিশোধ ল’লে ৰাছিয়াই। শুকুৰবাৰে নিশা পুটিনৰ বাহিনীয়ে ইউক্ৰেইনৰ কেইবাখনো চহৰত ড্ৰ’ন আৰু মিছাইল আক্ৰমণ চলায়। খবৰ অনুসৰি ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ ৯টা অঞ্চলত ৪০০ৰো অধিক ড্ৰ’ন আৰু কমেও ৪০টা মিছাইলেৰে আক্ৰমণ চলাইছিল। এই আক্ৰমণত কমেও ৬ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। প্ৰায় ৮০ জন লোক আহত হৈছে।

শুকুৰবাৰে নিশাৰ পৰা ইউক্ৰেইনৰ বিভিন্ন ঠাইত ৰাছিয়াৰ ড্ৰ’ন জাকে জাকে উৰি আহে। হঠাতে নিক্ষেপ কৰা হৈছে বিভিন্ন ধৰণৰ ক্ষেপণাস্ত্ৰ। ইয়াৰ ফলত ইউক্ৰেইনৰ ৰাজ্যিক জৰুৰীকালীন সেৱাই ব্যাপক ক্ষতিৰ বাতৰি প্ৰকাশ কৰিছে। তেওঁলোকে কয় যে এই আক্ৰমণত কিয়েভৰ তিনিজন অগ্নিনিৰ্বাপক বাহিনী, চেৰ্নিহিভত এজন আৰু লুটস্কৰ দুজন নাগৰিক নিহত হৈছে।

ৰাছিয়াই প্ৰেৰণ কৰা আক্ৰমণাত্মক ড্ৰ’নে কেইবাটাও ওখ অট্টালিকাত আঘাত হানে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে ৰাছিয়াৰ এই আক্ৰমণক তিনি বছৰীয়া যুদ্ধৰ আটাইতকৈ ভয়ংকৰ আক্ৰমণ বুলি অভিহিত কৰিছে।

এই আক্ৰমণৰ সন্দৰ্ভত ইউক্ৰেইনৰ বায়ুসেনাই কয় যে ৰাছিয়াই ৪০৭টা ড্ৰ’ন, ৬টা বেলিষ্টিক মিছাইল, ৩৮টাতকৈ অধিক ক্ৰুজ মিছাইল আৰু এটা এণ্টি ৰাডাৰ মিছাইলেৰে আক্ৰমণ কৰে। ইউক্ৰেইনৰ বায়ুসেনাইও ৪৫২টা আক্ৰমণৰ ভিতৰত ৪০৬টা আক্ৰমণক বাধা দিয়াৰ দাবী কৰে।

Today, rescue and emergency operations continued all day across various regions and cities of our country.

Over 400 drones, more than 40 missiles were launched by the Russians. 80 people were injured, and some may still be under the debris. And unfortunately, not everyone in the… pic.twitter.com/NaKk8B8AZO

— Volodymyr Zelenskyy / Володимир Зеленський (@ZelenskyyUa) June 6, 2025

চলিত সপ্তাহতে ইউক্ৰেইনেও এশৰো অধিক ড্ৰ’নেৰে ৰাছিয়াক আক্ৰমণ কৰিছিল। সেই আক্ৰমণত ৰাছিয়াৰ কেইবাটাও সামৰিক ঘাটিৰ ক্ষতিৰ ছবি পোহৰলৈ আহিছিল। ইউক্ৰেইনে ৰাছিয়া আৰু ক্ৰিমিয়া সংযোগী দলংখনতো বিস্ফোৰণ বাতৰি ঘটায়। ইয়াৰ পূৰ্বে ৰাছিয়াই এই আক্ৰমণৰ প্ৰত্যুত্তৰ জনাব বুলি ঘোষণা কৰিছিল। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনেও আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে হোৱা ফোন কলৰ সময়ত প্ৰত্যাক্ৰমণৰ কথা ঘোষণা কৰে। ইউক্ৰেইনৰ জনসাধাৰণে সেই আক্ৰমণৰ সাক্ষী হ’বলগীয়া হ’ল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm
লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

September 13, 2025 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd