• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৫০ বছৰ ধৰি নাকৰ ভিতৰত সোমাই থাকিল এটি ধাতুৰ মুদ্ৰা! পৰিণতি কি হ’ল?

এন ই নাও নিউজ by এন ই নাও নিউজ
November 30, 2020 7:45 am
a coin
21.3k
VIEWS
Share on FacebookShare on Twitter

সৰুতে কিমানে যে  কত’ কি দুষ্টামি নকৰে তাৰ কোনো লেখ জোখ নাই।

সৰুতে বহুতে পইচা গিলি দিয়া, মাৰ্বল গিলি দিয়া আদি কাম বোৰ কৰিয়েই থাকে।

ইয়াত যিজন লোকৰ কথা কবলৈ লোৱা হৈছে তেওঁ সৰুতে পইচা গিলি দিয়া নাছিল, গিলাৰ সলনি তেওঁ ধাতুৰ মুদ্ৰা এটা নাকেৰে সুমুৱাই দিছিল।

মানুহ জনৰ বয়স যেতিয়া ৬ বছৰ আছিল তেতিয়াই তেওঁ খেলি থকাৰ মাজতে নাকেৰে ধাতুৰ মুদ্ৰাটো সুমুৱাই দিছিল।

ঘটনাটো ঘটাৰ পিছত তেওঁ যথেষ্ট ভয় খাইছিল যদিও মাকৰ মাৰ খোৱাৰ ভয়ত কথাটো গোপনে ৰাখিছিল।নাকৰ ভিতৰলৈ মুদ্ৰাটো সোমাই যোৱাৰ পিছতো লোকজনে কোনো অসুবিধা পোৱা নাছিল।

সেয়ে গ’ল কথা গ’ল বুলি তেওঁ সেই কথা পাহৰি গৈছিল। এনেদৰে বাগৰি গৈছিল মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ।ৰাছিয়াৰ এই লোক জনৰ বৰ্তমান বয়স ৫৯ বছৰ।

৬ বছৰ বয়সতে নাকত সোমাই যোৱা মুদ্ৰাটোৱে এতিয়াহে যেন লোক জনক আমনি দিবলৈ ধৰিলে। সোঁ নাকেৰে তেওঁ উশাহ লব নোৱাৰাৰ দৰে হৈ পৰিল।

এনে অসুস্থতাৰ কাৰণ কি একো ধৰিব নোৱাৰি তেওঁ কাষ চাপিল চিকিৎসকৰ। চিকিৎসকেও ৰোগ বিধ ধৰিব নোৱাৰি নাকৰ স্কেন কৰাৰ পৰামৰ্শ দিলে।

স্কেনৰ ৰিপ’ৰ্ট চাই চিকিৎসকৰ চকু থৰ লাগিল। কাৰণ লোক জনৰ নাকৰ ভিতৰত সোমাই আছে প্ৰায় শিলৰ ৰূপ গ্ৰহণ কৰা এটা মুদ্ৰা।

চিকিৎসকৰ কথা শুনি লোক জনৰ মনত পৰি গ’ল ছবছৰ বয়সতে ঘটি যোৱা ঘটনাটোলৈ। লগে লগে লোক জনৰ নাকৰ অস্ত্ৰপোচাৰ কৰি নাকৰ ভিতৰত সোমাই থকা মুদ্ৰাটো উলিয়াই অনা হয়।

লোক জন বৰ্তমান সুস্থ আৰু তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

Recent News

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd