• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাত্ৰ ২৬ বছৰ বয়সতে ২২টা সন্তানৰ মাতৃ! শতক অৰ্জনৰ লক্ষ্য এই যুৱতী মহিলাৰ; বিড়ম্বনা স্বামীৰ

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
October 28, 2023 8:53 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

32.7k
VIEWS
Share on FacebookShare on Twitter

মাতৃত্ব প্ৰাপ্তি প্ৰতিগৰাকী নাৰীৰ বাবে এক বিশেষ অনুভুতি তথা অভিজ্ঞতা। কিন্তু এই যাত্ৰা সহজ নহয়। গৰ্ভাৱস্থাত মহিলাসকলে মানসিক আৰু শাৰীৰিক দুয়োটা দিশতে বহুতো সমস্যাৰ মাজেৰে পাৰ হয়। গৰ্ভধাৰণৰ পিছত মাতৃ হিচাপে তেওঁৰ দায়িত্ব আৰু বাঢ়ি যায়। এই কাৰণেই আজিকালি মহিলাসকলে এটাতকৈ অধিক সন্তান নিবিচাৰে।

কিন্তু আপুনি জানি আচৰিত হ’ব যে এগৰাকী ৰাছিয়ান মহিলা কেৱল এটা বা দুটা নহয়, ২২টা সন্তানৰ মাতৃ আৰু এতিয়া তেওঁৰ বয়স মাত্ৰ ২৬ বছৰ। ৰাছিয়ান মহিলাগৰাকীৰ নাম ক্ৰীষ্টিনা অজতুৰ্ক। তেওঁ জৰ্জিয়াত থাকে। তেওঁৰ ২২টা সন্তান আছে, কিন্তু তেওঁ এই সংখ্যাটো তিনিটা অংকলৈ লৈ যাব বিচাৰে। অৰ্থাৎ সন্তানৰ ক্ষেত্ৰত তেওঁ শতক অৰ্জন কৰিব বিচাৰে।

ফটোঃ সংগ্ৰহীত।

২৬ বছৰীয়া এগৰাকী মহিলাই কেনেকৈ ২২টা সন্তান জন্ম দিব পাৰে সেই কথা শুনি বহুতে আচৰিত হ’ব। গোটেই কথাটো কি এবাৰ জানি লওক।

ক্ৰীষ্টিনাৰ ডাঙৰ কন্যাৰ বয়স ৯ বছৰ। নাম ভিক্টোৰিয়া। স্বাভাৱিকভাৱে গৰ্ভধাৰণ কৰি ডাঙৰ কন্যা সন্তানটোৰ জন্ম দিয়ে। তাৰ পিছত চেৰ’গেচিৰ (ভাৰাতীয়া মাতৃ) জৰিয়তে ২১টা সন্তানৰ জন্ম হয়। ২০২০ চনত ২১ টা শিশুৰ ভিতৰত ২০ টা সন্তানৰ জন্ম হৈছিল। প্ৰতিটো শিশুক তেওঁ বৰ ভাল পায়।

ফটোঃ সংগ্ৰহীত।

কনিষ্ঠা কন্যা অলিভিয়াৰ জন্ম হৈছিল ২০২১ চনত। মহিলাগৰাকীয়ে কয় যে তেওঁৰ কোটিপতি স্বামীৰ পৰা ১০৫টা সন্তান বিচাৰে।

তেওঁৰ স্বামী তেওঁৰ তুলনাত ৩২ বছৰ ডাঙৰ। ৫৮ বছৰীয়া গালিপ অজতুৰ্ক  হোটেলৰ মালিক। চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁক ৮ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। তেওঁৰ বিৰুদ্ধে আছে অবৈধ ঔষধ ক্ৰয় কৰাৰ অভিযোগ।

ফটোঃ সংগ্ৰহীত।

চেৰ’গেচিৰ সহায়ত এই দম্পতীহালে নিজৰ সন্তানক পৃথিৱীলৈ আদৰি লৈছে, যাৰ ফলত গালিপে জেলত থকাৰ পিছতো পিতৃ হ’ব পাৰিব। 

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd