• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Ukraine War: এতিয়া ইউক্ৰেইনত প্ৰৱেশ কৰিবলৈ ৰাছিয়াৰ নাগৰিকক লাগিব ভিছা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 19, 2022 9:05 am
ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি।

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি।

263
VIEWS
Share on FacebookShare on Twitter

যোৱা ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত এক বিশেষ সামৰিক অভিযান আৰম্ভ কৰিছিল। তাৰ পিছত প্ৰায় চাৰি মাহ পাৰ হৈ গ’ল। যুদ্ধ কিন্তু এতিয়াও শেষ হোৱা নাই।

এনে পৰিস্থিতিৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে ঘোষণা কৰিছে যে এতিয়াৰ পৰা ইউক্ৰেইনলৈ যাব বিচৰা ৰাছিয়াৰ নাগৰিকসকলক ভিছা প্ৰদান কৰা হ’ব।

অহা ১ জুলাইৰ পৰা কোনো ৰাছিয়ান নাগৰিকক ভিছা অবিহনে ইউক্ৰেইনত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব।

লগতে পঢ়ক: Dangers Of Drinking Too Much Water: বেছি পানী খোৱাটো বিপদজনক! অধিক পানী খালে কি হ’ব পাৰে?

এক টেলিগ্ৰাম পোষ্টত জেলেনস্কিয়ে কয় যে এই নিয়মটো কেবিনেটত গৃহীত হোৱাৰ পিছত কাৰ্যকৰী কৰা হ’ব।

তেওঁ কয় যে এই পৰিকল্পনাৰ উদ্দেশ্য হৈছে দেশৰ সাৰ্বভৌমত্ব, নিৰাপত্তা আৰু আঞ্চলিক ঐক্য সুৰক্ষিত কৰা।

অৱশ্যে যুদ্ধ আৰম্ভ হোৱাৰ পৰা দুয়োখন দেশৰ মাজৰ সীমা আনুষ্ঠানিকভাৱে বন্ধ কৰি দিয়া হৈছে। ফলস্বৰূপে, ভিছা প্ৰৱৰ্তন কৰা হ’লেও সাম্প্ৰতিক পৰিস্থিতিৰ বিশেষ পৰিৱৰ্তন নহ’ব।

লগতে পঢ়ক: Tips for charging smartphones: কেনেদৰে আপোনাৰ স্মাৰ্টফোনটো দ্ৰুততাৰে চাৰ্জ কৰিব? জানি লওক এইকেইটা উপায়

উল্লেখ্য যে ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ সৈন্যই ইউক্ৰেইনৰ সীমান্তত প্ৰৱেশ কৰাৰ আগতে ৰাছিয়াৰ নাগৰিকসকলৰ দেশখনত প্ৰৱেশ কৰিবলৈ ভিছাৰ প্ৰয়োজন নাছিল। দুয়োখন দেশৰ মানুহ ভিছা অবিহনে অহাযোৱা কৰিব পাৰিছিল। কিন্তু যুদ্ধই সকলো সলনি কৰি দিছে।

ইপিনে, ইউক্ৰেইন ইউৰোপীয় ইউনিয়নত থাকিব নে নাই সেয়া শীঘ্ৰেই ঘোষণা কৰা হ’ব।

Recent News

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd