• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বামী পাৰুপল্লী কাশ্যপৰ সৈতে বিবাহ বিচ্ছেদৰ ঘোষণা ভাৰতীয় বেডমিণ্টন তাৰকা ছাইনা নেহৱালৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 14, 2025 11:19 am
65
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে হঠাৎ বেয়া খবৰটো দিলে ছাইনা নেহৱালে। ভাৰতীয় বেডমিণ্টন তাৰকাগৰাকীয়ে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিলে। ছাইনাৰ বিবাহ হৈছিল পাৰুপল্লী কাশ্যপৰ সৈতে। কাশ্যপো এজন বেডমিণ্টন খেলুৱৈও।

ছাইনাই ইনষ্টাগ্ৰামত বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰি লিখিছে, “কেতিয়াবা জীৱনে আমাক ভিন্ন পথলৈ লৈ যায়। বহু কথা চিন্তা কৰি পাৰুপল্লী কাশ্যপ আৰু মই পৃথক হোৱাৰ সিদ্ধান্ত লৈছো। নিজৰ বাবে আৰু ইজনে সিজনৰ বাবে আমি শান্তি, বিকাশ আৰু নিৰাময় বাছি লৈছো। আমাৰ হাতত থকা স্মৃতিবোৰৰ বাবে কৃতজ্ঞ। জীৱনত আগুৱাই যাবলৈ আশা কৰিছো। ইয়াতকৈ বেছি একো নিবিচাৰো। আমাৰ কথা বুজি পোৱা আৰু গোপনীয়তাক সন্মান জনোৱাৰ বাবে ধন্যবাদ।”

২০১৮ চনৰ ১৪ ডিচেম্বৰত ছাইনা আৰু কাশ্যপৰ বিবাহ হৈছিল। তাৰো প্ৰায় তিনি বছৰ আগৰে পৰা দুয়োজনৰ সম্পৰ্ক আছিল। দুয়োজনেই একেলগে হায়দৰাবাদৰ পুল্লেলা গোপিচান্দৰ একাডেমীত ডাঙৰ-দীঘল হৈছে আৰু ভাৰতীয় বেডমিণ্টনত আধিপত্য বিস্তাৰ কৰি আহিছে।

অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছে ছাইনাই। এসময়ত ছাইনা বিশ্বৰ এক নম্বৰ স্থানত আছিল। কমনৱেলথ গেমছত কাশ্যপে সোণৰ পদক লাভ কৰিছিল।

Recent News

ৰাজ্যৰ মাটি এতিয়া ‘মামা-মামী’ৰ দখলত; বিজেপিক কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ

ৰাজ্যৰ মাটি এতিয়া ‘মামা-মামী’ৰ দখলত; বিজেপিক কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ

স্বামী পাৰুপল্লী কাশ্যপৰ সৈতে বিবাহ বিচ্ছেদৰ ঘোষণা ভাৰতীয় বেডমিণ্টন তাৰকা ছাইনা নেহৱালৰ

স্বামী পাৰুপল্লী কাশ্যপৰ সৈতে বিবাহ বিচ্ছেদৰ ঘোষণা ভাৰতীয় বেডমিণ্টন তাৰকা ছাইনা নেহৱালৰ

সৰভোগৰ শালিখেতিৰ পথাৰত ধূলি উৰিছে; পটল-জিকাসহ পাচলিৰ দাম প্ৰতি কেজিত ৫-৬ টকালৈ নামিছে

সৰভোগৰ শালিখেতিৰ পথাৰত ধূলি উৰিছে; পটল-জিকাসহ পাচলিৰ দাম প্ৰতি কেজিত ৫-৬ টকালৈ নামিছে

সন্ধানহীন হোৱাৰ ৬ দিনৰ মূৰত যমুনাত উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী, ত্ৰিপুৰাৰ যুৱতীৰ মৃতদেহ

সন্ধানহীন হোৱাৰ ৬ দিনৰ মূৰত যমুনাত উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী, ত্ৰিপুৰাৰ যুৱতীৰ মৃতদেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd