• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিনেমা নহয়, এইবাৰ প্ৰদৰ্শিত হ’ব চলমান খানে অঁকা পেইণ্টিংছ!

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2021 5:24 pm
248
VIEWS
Share on FacebookShare on Twitter

বলিউডৰ চুপাৰষ্টাৰ চলমান খানৰ এটা অন্যতম চখ হৈছে পেইণ্টিংছ।

নিজৰ বাসভৱনত তেওঁ অঁকা পৰ্টেইটসমূহ অনুৰাগীসকলৰ বাবে পৰিচিত।

এইবাৰ তেওঁৰ পেইণ্টিছৰ ৰাজহুৱা প্ৰদৰ্শনী হ’ব।

কেৱল ইমানেই নহয়, চলমান খানৰ এখন পেইণ্টিংছ প্ৰদৰ্শিত হ’ব ভাৰতৰ প্ৰসিদ্ধ শিল্পী ৰাজা ৰবী বাৰ্মা, অৱনীন্দ্ৰনাথ ঠাকুৰ আৰু ভিএছ গাইটনাডেৰ স’তে একেলগে!

বেংগালুৰুত হ’ব লগা তেওঁৰ আৰ্ট এক্সিবিশ্বনখনক লৈ এটা টুইটযোগে অভিনেতাজনে কয় যে তেওঁ অবাক হৈছে যদিও নিজকে ধন্য অনুভৱ কৰিছে। তদুপৰি ভাৰতৰ প্ৰসিদ্ধ শিল্পীসকলৰ ছৱিৰ স’তে তেওঁৰ ছৱিও যোগ হোৱাক লৈ চন্দ্ৰত অৱতৰণ কৰাৰ দৰে অনুভৱ কৰিছে।

Awkward embarrassed n yet delighted, honoured, privileged n over the moon to display my work amongst such great artist n legends like Raja Ravi Varma, Abanindranath Tagore, & VS Gaitonde. In all humility, thank u for the honour!@gitanjalimaini@googlearts @agpworld #AGPWorld https://t.co/0pQjNYGrE5

— Salman Khan (@BeingSalmanKhan) February 26, 2021

খবৰ অনুযায়ী, প্ৰদৰ্শিত হ’বলগা পেইণ্টিংছখনৰ নাম ‘‘ইমৰ্টেল’’। মাদাৰ টেৰেছাক বিষয় হিচাপে লৈ চুপাৰষ্টাৰজনে পেইণ্টিংছখন অংকন কৰিছিল।

উল্লেখযোগ্য যে বৰ্তমান চলমান খানে ‘‘ৰাধেঃ ইয়’ৰ ম’ষ্ট ৱাণ্টেড ভাই’’, ‘‘পাঠান’’ আৰু ‘‘টাইগাৰ২’’ নামৰ চিনেমাকেইখনৰ কামত ব্যস্ত আছে।

Recent News

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd