• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আমেৰিকাৰ আদালতত দোষী সাব্যস্ত ছলমান ৰুশ্বদিৰ আক্ৰমণকাৰীঃ ন্যূনতম ৩০ বছৰৰ কাৰাদণ্ড দিয়াৰ সম্ভাৱনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2025 5:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় মূলৰ লেখক ছলমান ৰুশ্বদিৰ ওপৰত আক্ৰমণৰ বাবে দোষী সাব্যস্ত হৈছে হাদী মাটাৰ (২৭)। আমেৰিকাৰ আদালতত তেওঁৰ বিচাৰ সম্পূৰ্ণ হৈছে। অৱশ্যে এতিয়াও ঘোষণা কৰা হোৱা নাই শাস্তি। ২৩ এপ্ৰিলত নিউয়ৰ্কৰ আদালতত হাদীক শাস্তি প্ৰদান কৰা হ’ব। যিটো ধাৰাত তেওঁক দোষী সাব্যস্ত কৰা হৈছে, সেই ধাৰাত ন্যূনতম ৩০ বছৰৰ কাৰাদণ্ডৰ শাস্তি হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, হাদী নিউ জাৰ্চিৰ বাসিন্দা। ২০২২ চনত আমেৰিকাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত তেওঁ ৰুশ্বদিৰ ওপৰত মাৰাত্মক আক্ৰমণ চলাইছিল। ৰুশ্বদিয়ে মঞ্চত উঠি চোকা অস্ত্ৰৰে তেওঁক আক্ৰমণ কৰিবলৈ ধৰিলে। বুকাৰ বিজয়ী ব্ৰিটিছ লেখকগৰাকীয়ে ছুৰীৰে আঘাত কৰি মঞ্চত ঢলি পৰে। কেইবাদিনো তেওঁক ভেন্টিলেচনত ৰখা হৈছিল। ‘The Satanic Verses’ ৰ লেখকজনে এই আক্ৰমণৰ ফলত এটা চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলালে যদিও পিছত তেওঁ সুস্থ হৈ উঠে। এখন হাত অসাৰ হৈ পৰিছে।

ৰুশ্বদিৰ আক্ৰমণকাৰী দীৰ্ঘদিন ধৰি আমেৰিকাৰ এখন কাৰাগাৰত বন্দী হৈ আছিল। এই মাহতে নিউয়ৰ্কৰ কাউন্টি আদালতত তেওঁৰ বিচাৰ আৰম্ভ হৈছিল। ৰুশ্বদিক আক্ৰমণ কৰা ঠাইৰ পৰা এই আদালত ঘৰটো বেছি দূৰত নহয়। হাদীক ৰুশ্বদিক আক্ৰমণ আৰু হত্যাৰ চেষ্টা কৰাৰ দোষী সাব্যস্ত কৰা হয়। তদুপৰি সেইদিনা হেনৰী ৰিছে মঞ্চত ৰুশ্বদিৰ সাক্ষাৎকাৰ লৈ আছিল। যুৱকজনেও তেঁওক খুন্দা মাৰিলে। সেই অভিযোগো প্ৰমাণিত হৈছে। ফলত হাদীকো অস্ত্ৰৰে আক্ৰমণৰ দোষী সাব্যস্ত কৰা হয়। আমেৰিকাৰ আইন অনুসৰি এই অভিযোগত দোষী সাব্যস্ত হ’লে ৩০ বছৰ বা তাতকৈ অধিক কাৰাদণ্ড হ’ব পাৰে।

উল্লেখ্য যে, ৰুশ্বদিয়ে ১৯৮৮ চনত ‘The Satanic Verses’ উপন্যাসখন লিখিছিল। এই বিতৰ্কিত উপন্যাসখনৰ বাবে ইৰাণৰ ধৰ্মগুৰুজনে তেওঁৰ বিৰুদ্ধে ‘মৃত্যুৰ ফতোৱা’ জাৰি কৰিছিল। ৰুশ্বদিয়ে অসংখ্য মৃত্যুৰ ভাবুকি লাভ কৰিছিল। আক্ৰমণৰ ভয়ত প্ৰায় ৯ বছৰ ধৰি আত্মগোপন কৰিবলগীয়া হৈছিল। পাছত ৰাজহুৱা স্থানত ওলাই আহিছিল যদিও নিৰাপত্তাৰক্ষীৰ তলত বাস কৰিছিল। সেই উপন্যাসখন লিখাৰ প্ৰায় ৩৫ বছৰৰ পাছত আমেৰিকাৰ মঞ্চত তেওঁক আক্ৰমণ কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd