• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নাগাৰ লগত বিচ্ছেদ অতীত! বহুদিনৰ মূৰত এক নতুন অধ্যায় আৰম্ভ কৰিলে সামন্থাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 12, 2023 11:44 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অভিনেত্ৰী সামন্থা ৰুথ প্ৰভুক লৈ চৰ্চাৰ অন্ত নাই। যোৱা দুবছৰত অভিনেত্ৰীগৰাকীৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈছে। ‘পুষ্পা’ৰ পিছত তেওঁৰ কেৰিয়াৰে বিপুল সফলতা লাভ কৰিলেও তেওঁৰ ব্যক্তিগত জীৱনত ইটোৰ পিছত সিটোকৈ ধুমুহাৰ সৃষ্টি হৈছে।

নাগা চৈতন্যৰ লগত বিয়া হৈ চাৰি বছৰ কটালে, তাৰ আগতেও দুয়ো বহুদিন একেলগে বাস কৰিছিল। কিন্তু ২০১৭ চনত বিবাহৰ পিছত জটিলতা বাঢ়িবলৈ ধৰে। অৱশেষত দুইপক্ষই বিয়া ভাঙিবলৈ সিদ্ধান্ত ল’লে।

বিবাহ বিচ্ছেদে সামান্থাক যে বহুত কষ্ট দিছে সেয়া পিছৰ পৰিঘটনাবোৰত স্পষ্ট হৈ পৰে। বিবাহ বিচ্ছেদ হোৱাৰ পিছত সামান্থাৰ মাইঅ’চাইটিছ ধৰা পৰে। তেওঁ বহুদিন শাৰীৰিক যন্ত্ৰণাৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল।

কিন্তু যোৱা কেইমাহমানৰ পৰা সামান্থাই কাম কমাই নিজৰ সৈতে প্ৰকৃতিৰ মাজত সময় কটাবলৈ ধৰিছে। বিদেশতো ঘুৰি ফুৰিছে। তাৰমাজতে এইবাৰ অভিনেত্ৰীগৰাকীয়ে দিলে এক নতুন ভাল খবৰ।

সামান্থাই নিজাকৈ এটা প্ৰডাকচন কোম্পানী খুলিলে। এইবাৰ তেওঁক কেৱল অভিনেত্ৰী হিচাপেই নহয় প্ৰযোজক হিচাপেও দেখা যাব। প্ৰডাকচন কোম্পানীটোৰ নাম ‘ট্ৰালালা মুভিং পিকচাৰ্ছ’। তেওঁ লগতে কয় যে তেওঁৰ কোম্পানীয়ে বৰ্তমান হায়দৰাবাদৰ ‘মণ্ডৱা মিডিয়া ৱৰ্কছ’ নামৰ এটা মনোৰঞ্জন কোম্পানীৰ সৈতে কাম কৰি আছে।

শেহতীয়াকৈ নিজৰ কোম্পানীটোৰ ল’গ’ উন্মোচন কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘আমাৰ মিছন হৈছে পৰিচালকসকলক অৰ্থপূৰ্ণ, অনন্য আৰু সাৰ্বজনীন কাহিনী কোৱাৰ বাবে সঠিক মঞ্চ প্ৰদান কৰা।’

জীৱনৰ বেদনাদায়ক দুবছৰৰ কথা কবলৈ গৈ শেহতীয়াকৈ সামান্থাই কয়, ‘যেতিয়া কঠিন সময় আহিল, মোৰ বিবাহ বিচ্ছেদ হ’ল, মোৰ কেৰিয়াৰ আৰু ব্যক্তিগত জীৱন একে সময়তে প্ৰভাৱিত হ’ল। এই দুবছৰত কিমান কষ্ট সহ্য কৰিছো কোনেও সঠিককৈ নাজানে। গুৰুতৰ বেমাৰৰ পৰা উভতি অহা অভিনেতাসকল, এই সময়ছোৱাত মই তেওঁলোকৰ বিষয়ে পঢ়িছিলোঁ। সেই সকলোবোৰ কাহিনীয়ে মোক সেই সময়ত অনুপ্ৰাণিত কৰিছিল।‘

সেই দিনবোৰ এতিয়া পাৰ হৈ গ’ল। এতিয়াৰ বাবে নিজকে বহুখিনি প্ৰস্তুত কৰি তুলিছে অভিনেত্ৰীগৰাকীয়ে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd