• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিধেয়কৰ বিৰোধিতাৰে চামগুৰিত মুখ্য মন্ত্ৰীৰ সোণোৱালৰ শৱযাত্ৰাৰে জোঁৰ সমদল

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
January 12, 2019 10:40 pm
845
VIEWS
Share on FacebookShare on Twitter
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি সন্ধিয়া সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, অসম শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু আমগুৰি আঞ্চলিক সমিতিৰ সহযোগত চামগুৰি চাৰিআলিত মুখ্য মন্ত্ৰী সোণোৱালৰ শৱযাত্ৰাৰে জোঁৰ সমদল কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
‘সৰ্বানন্দ সোণোৱাল গ’ বেক, সৰ্বানন্দ সোণোৱাল জাতিদ্ৰোহী, বিজেপি হুঁচিয়াৰ, নৰেন্দ্ৰ মোদী হুঁচিয়াৰ’ আদি শ্ল’গানেৰে চামগুৰিৰ ৰাজপথ উত্তাল কৰি তোলে। ৰাজ পথত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শৱদেহ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।  প্ৰায় পাঁচ শতাধিক ৰাইজে প্ৰতিবাদী সমদলৰ অন্তত চামগুৰি চাৰিআলিত এখন ৰাজহুৱা সভা আয়োজন কৰি বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে।
উক্ত কাৰ্যসূচীত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দেৱজিৎ দত্ত, উপ- সভাপতি অৰূপ বৰুৱা, শিৱসাগৰ জিলা সমিতিৰ সভাপতি বিজয় কৃষ্ণ দুৱৰা, সাধাৰণ সম্পাদক পল্লৱ গগৈ উপস্থিত থাকে।
প্ৰতিবাদী সভাত কেন্দ্ৰীয় সভাপতি দেৱজিৎ দত্তই কয় যে বিধানসভাৰ নিৰ্বাচনৰ সময়ত শৰাইঘাটৰ শেষ ৰণ বুলি কোৱা বৰ্তমানৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক অসমৰ ৰাইজে সেনাপতি পাতিছিল। কিন্তু অতি দুখৰ কথা যে এই জন সেনাপতিয়ে আজি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত তথা নৰেন্দ্ৰ মোদীৰ ওচৰত আঁঠু লৈ লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰালে।
তাৰোপৰি দত্তই কয় “সৰ্বানন্দ সোনোৱালৰ গাত যদি অসমীয়াৰ তেজ আছে, লাচিতৰ তেজ আছে, বাঘ হাজৰিকাৰ তেজ আছে, চাওলুং চ্যুকাফাৰ তেজ আছে বা চিলাৰায় তেজ আছে তেন্তে অতি শীঘ্ৰে মুখ্য মন্ত্ৰীৰ পদ ত্যাগ কৰিব লাগে, নহ’লে ইতিহাসৰ পাতত এজন কলংকিত মুখ্যমন্ত্ৰী হিচাপে চিহ্নিত হৈ থাকিব।’

Recent News

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd