• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজহাৰুদ্দিনৰ বোৱাৰী হ’ব টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ ভগ্নী

এন ই নাও নিউজ by এন ই নাও নিউজ
October 6, 2019 9:12 pm
ফটো ইণ্টাৰ্নেটৰ পৰা লোৱা হৈছে

ফটো ইণ্টাৰ্নেটৰ পৰা লোৱা হৈছে

24k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰুদ্দিনৰ পুত্ৰৰ সৈতে বিবাহত বহিব টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ ভগ্নীয়ে।

The Times of Indiaত প্ৰকাশিত বাতৰি মতে ছানিয়া মিৰ্জাই যোৱা ৫ অক্টোবৰত তেওঁলোকৰ আগত এই কথা নিশ্চিত কৰে।

উল্লেখযোগ্য যে ছানিয়া মিৰ্জাৰ ভগ্নী আনম মিৰ্জা পেছাত এগৰাকী ফেছন ষ্টাইলিষ্ট। যোৱা কিছুদিন ধৰি সংবাদ মাধ্যমত তেওঁৰ বিয়াৰ চৰ্চা চলি আহিছিল।

অহা ডিচেম্বৰত আনম বিয়াত বহিব বুলি উল্লেখ কৰি The Times of Indiaৰ আগত ছানিয়াই কয়, ‘আমি মাত্ৰ কিছুদিন পূৰ্বেই পেৰিছত বেচেল’ৰেট ট্ৰীপ কৰি আহিলো, আমি সঁচাকৈয়ে ৰোমাঞ্চিত।‘

আনহাতে দৰা টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মঃ আজাহাৰুদ্দিনৰ পুত্ৰ আছাদ বুলি মন্তব্য কৰি টেনিছ তাৰকা গৰাকীয়ে কয় যে আছাদ এজন মৰমিয়াল ল’ৰা।

আজাহাৰুদ্দিনৰ পুত্ৰ মঃ আছাদুদ্দিন পেছাত এগৰাকী ক্ৰিকেটাৰ। তেওঁ ২০১৮ চনত ৰন্জী ট্ৰফীত গোৱাৰ হৈ প্ৰথমখন ফাৰ্ষ্ট ক্লাছ ক্ৰিকেট খেলে।

Recent News

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

পুৰুষতকৈ গড় আয়ুস বেছি মহিলাৰ : কিয় জানেনে?

পুৰুষতকৈ গড় আয়ুস বেছি মহিলাৰ : কিয় জানেনে?

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd