• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছবিয়ে মিছা নকয়, এইবাৰ ডোকলামৰ ভূমিত পথ নিৰ্মাণ কৰিছে চীনে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 23, 2020 10:05 am
a doklam index
291
VIEWS
Share on FacebookShare on Twitter

 

লাডাখ প্ৰসংগকলৈ ভাৰতৰ সৈতে সংঘাত চলি থকাৰ সময়তে ভাৰতক শলঠেকত পেলাবলৈ চীনে পুনৰ ডোকলামত আৰম্ভ কৰিছে একাধিক নিৰ্মাণ কাৰ্য।

কিছুদিন পূৰ্বে চীনৰ এগৰাকী সাংবাদিকে তেওঁৰ টুইটাৰত চীনে ডোকলামত এখন গাওঁ স্থাপন কৰা বুলি প্ৰকাশ কৰাৰ পিছতে বিষয়টোকলৈ আন্তঃৰাষ্ট্ৰীয় মঞ্চত হৈ চৈৰ সৃষ্টি হৈছিল।

ইয়াৰ মাজতে বিবদমান ডোকলামত চীনে এটা পথ নিৰ্মাণ কৰাৰ তথ্য পোহৰলৈ আহিছে. কৃত্ৰিম উপগ্ৰহৰ ছবিত এই কথা স্পষ্ট ৰূপত ধৰা পৰিছে যে ভূটানৰ ২ কিলোমিটাৰ ভিতৰত চীনে নিৰ্মাণ কৰিছে এটা পথ।

যি স্থানত চীনে পথ নিৰ্মাণ কৰিছে সেই স্থান ডোকলামৰ অন্তৰ্গত।চীনে শেহতীয়াকৈ ডোকলামত স্থাপন কৰা পাংগদা নামৰ গাওঁ খনৰ পৰা নিৰ্মাণ কৰা পথটোৰ দৈৰ্ঘ্য ৯ কিলোমিটাৰ বুলি জানিব পৰা গৈছে।

তোৰ্ছা নদীৰ কাষে কাষে নিৰ্মাণ কৰা এই পথটোটোৰে অতি সহজে চীনৰ সেনাই ডোকলামৰ জোমপেৰলি অঞ্চলত উপস্থিত হ’ব পাৰিব।

উল্লেখ্য ২০১৭ চনত ডোকলামত সেনা মোতায়েন কৰাকলৈ চীন আৰু ভাৰতৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। প্ৰায় ৭৩ দিন ধৰি চলা এই সংঘাতৰ ফলত চীন-ভাৰত যুদ্ধৰো আশংকাৰ সৃষ্টি হৈছিল।

চীনে ডোকলাম অঞ্চলটো নিজৰ বুলি কৈ অহাৰ সময়তে ভূটানেও সেই অঞ্চলটো নিজৰ বুলি তথ্য-প্ৰমাণ সহকাৰে দাবী কৰি আহিছে।

ইয়াৰ মাজতে চীনে পুনৰ ডোকলামত গাওঁ স্থাপন কৰাৰ লগতে পথ নিৰ্মাণ কৰাৰ কথাই ডোকলামক পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দুত পৰিণত কৰিছে।

ইপিনে বেইজিঙে ডোকলামত গাওঁ স্থাপন অথবা পথ নিৰ্মাণৰ কথা অস্বীকাৰ কৰিছে যদিও উপগ্ৰহৰ চিত্ৰই পিছে চীনৰ দাবীক মিছা প্ৰতিপন্ন কৰিছে।

Recent News

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

আহমেদাবাদত দুৰ্ঘটনা, এদিনতে বাতিল ৭খন বিমান! এয়াৰ ইণ্ডিয়াৰ কাৰ্যবাহীক জৰুৰীভাৱে তলব অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ

আহমেদাবাদত দুৰ্ঘটনা, এদিনতে বাতিল ৭খন বিমান! এয়াৰ ইণ্ডিয়াৰ কাৰ্যবাহীক জৰুৰীভাৱে তলব অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ

অসমত বিদেশী দমনৰ নামত বন্দী হৈ থকা লোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অসমত বিদেশী দমনৰ নামত বন্দী হৈ থকা লোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd