• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিনা অভিযোগত ৩বছৰ কাৰাবাস খটাৰ পাছত অৱশেষত মুকলি হ’ল ছৌদি আৰৱৰ ৰাজকুমাৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 9, 2022 9:55 am
Freed from jail princes

ৰাজকুমাৰী বাছমাহ বিন্ট ছাউড।

208
VIEWS
Share on FacebookShare on Twitter

ছৌদি আৰৱৰ এগৰাকী ৰাজকুমাৰী আৰু তেওঁৰ কন্যাক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছে। দেশখনৰ ৰাজধানী ৰিয়াধত দুয়োগৰাকীক তিনি বছৰ ধৰি বিনা অভিযোগত বন্দী কৰি ৰখা হৈছিল।

শনিবাৰে এটা মানৱ অধিকাৰ সংস্থাই এই খৱৰ সদৰী কৰে। ৰাজ পৰিয়ালৰ সদস্য ৫৭বছৰীয়া বাছমাহ বিন্ট ছাউডক ২০১৯ চনৰ মাৰ্চ মাহত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।

সেই সময়ত ৰাজকুমাৰীগৰাকীয়ে চিকিৎসাৰ বাবে ছুইজাৰলেণ্ডলৈ যোৱাৰ প্ৰাক্ মুহূৰ্ততে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

লগতে পঢ়ক: পাকিস্তানত প্রচণ্ড তুষাৰপাতত আৱদ্ধ প্ৰায় ১হাজাৰ গাড়ী; ঠাণ্ডাত শিশুকে ধৰি ২২জন পৰ্যটকৰ মৃত্যু

যোৱা ২০২০ চনত বিন্ট ছাউডে ৰজা ছলমান আৰু ৰাজকুমাৰ মহম্মদ ছলমানক স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে মুকলি কৰি দিবলৈ অনুৰোধ জনাইছিল।

এক টুইটাৰত ALQST ফৰ হিউমেন ৰাইটছে কয়, ‘বাছমাহ বিন্ট ছাউড আৰু তেওঁৰ কন্যা ছুহৌডক মুকলি কৰি দিয়া হৈছে।‘

মানৱ অধিকাৰ সংস্থাটোৱে কয়,’ স্বাস্থ্য ভাঙি পৰাৰ পাছতো তেওঁক জৰুৰী চিকিৎসাৰ ব্যৱস্থা কৰা হোৱা নাছিল। কাৰাগাৰত থকাৰ সময়ছোৱাত কোনো সময়তে তেওঁৰ বিৰুদ্ধে কোনো অভিযোগ অনা হোৱা নাই।‘

লগতে পঢ়ক:‘বুল্লি বাই’ এপৰ মূল অভিযুক্ত অসমৰ নীৰজ বিষ্ণইয়ে দিল্লী আৰক্ষীক দিলে আত্মহত্যাৰ ভাবুকি

ইপিনে, ছৌদি প্ৰশাসনৰ কোনো বিষয়াই এই সন্দৰ্ভত এতিয়ালৈকে মুখ খোলা নাই।

বাতৰি অনুসৰি, পূৰ্বেও ছৌদি আৰৱত ৰাজ পৰিয়ালৰ কেইবাগৰাকীও লোকক জিম্মাত লোৱা হৈছে যাৰ ভিতৰত কেইবাগৰাকীকো কোনো অভিযোগ অবিহনেই গ্ৰেপ্তাৰ কৰা হয়।   

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd