• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে “ষড়যন্ত্ৰ”ত প্ৰখ্যাত অধিবক্তা প্ৰশান্ত ভূষণক জৰিত কৰা আবেদন অগ্ৰাহ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
April 30, 2019 5:33 pm
SC bench rejects petition accusing Bhushan in Ranjan Gogoi case

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ফটো।

1.3k
VIEWS
Share on FacebookShare on Twitter

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত “যৌন নিৰ্য্যাতন” কাণ্ডত প্ৰখ্যাত অধিবক্তা প্ৰশান্ত ভূষণ জৰিত বুলি দাবী কৰা এক আবেদন মঙলবাৰে নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ আদালততে ৰাজহুৱা স্বাৰ্থজৰিত আবেদনখন দাখিল কৰিছিল এম এল শৰ্মা নামৰ অধিবক্তা এজনে।

“এই বিচাৰপীঠত নহয়, আন বিচাৰপীঠত দাখিল কৰক,” আবেদনখন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি এই মত মুখ্য ন্যায়াধীশ গগৈৰ।

মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে “যৌন নিৰ্য্যাতন”ৰ অভিযোগৰ আঁৰত জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণ থকা বুলি নিজেই “স্বীকাৰ” কৰা বুলি আবেদনখনত প্ৰকাশ কৰিছিল আবেদনকাৰী শৰ্মাই।

অধিবক্তা শৰ্মাই এই কথা উল্লেখ কৰাৰ লগে লগে মুখ্য ন্যায়াধীশে এই মত দিয়ে।

উল্লেখযোগ্য যে, শেহতীয়াকৈ অধিবক্তা ভূষণে দাবী কৰিছিল যে মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে “ষড়যন্ত্ৰ”ৰ দাবী কৰি শপতনামা দাখিল কৰা অধিবক্তা উৎসৱ বেইনছে শপতনামা দাখিলৰ পূৰ্বে মুখ্য ন্যায়াধীশক “দুবাৰ” সাক্ষাৎ কৰিছিল।

Wire নামৰ নিউজ পৰ্তেলটোৰ সৈতে শেহতীয়া এটা সাক্ষাৎকাৰত ভূষণে এই দাবী কৰিছিল।

ভূষণৰ দাবী ইতিমধ্যেই পোনচাতে নাকচ কৰিছে অধিবক্তা বেইনছে।

Recent News

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

পুৰুষতকৈ গড় আয়ুস বেছি মহিলাৰ : কিয় জানেনে?

পুৰুষতকৈ গড় আয়ুস বেছি মহিলাৰ : কিয় জানেনে?

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd