• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ কাৰ্যসূচী ঘোষণা; জানিবলৈ পঢ়ক ক’ত আৰু কেতিয়া অনুষ্ঠিত হ’ব মেচ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 28, 2020 12:11 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

4.1k
VIEWS
Share on FacebookShare on Twitter

অহা মাহত অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব লগীয়া ভাৰতীয় ক্ৰিকেট দলৰ আজি সম্পূৰ্ণ কাৰ্যসূচী প্ৰকাশ পাইছে। ভাৰতে ভ্ৰমণৰ আৰম্ভণি ২৭ নৱেম্বৰত এদিনীয়া শৃংখলাৰ মেচেৰে কৰিব।

কাৰ্যসূচীত প্ৰকাশ পোৱা অনুসৰি চাৰিখনীয়া টেষ্ট শৃংখলাৰ এডিলেড টেষ্ট মেচখন দিবা-নৈশ আৰু মেলবৰ্ণ টেষ্টখন পৰম্পৰাগত অনুসৰি বক্সিং ডে বুলি জানিব পৰা গৈছে।

ইয়াৰ পিছত ছিডনি আৰু ব্ৰিছবেনত পিছৰ দুখন টেষ্ট অনুষ্ঠিত হ’ব।

টেষ্ট শৃংখলাৰ পূৰ্বে দুয়োখন দেশে তিনিখন এদিনীয়া আৰু সমসংখ্যক টি-২০ মেচৰ একোটাকৈ শৃংখলাত ভাগ ল’ব।

প্ৰথমখন এদিনীয়া মেচ ২৭ নৱেম্বৰ, দ্বিতীয়খন ২৯ নৱেম্বৰ আৰু তৃতীয়খন এদিনীয়া ২ ডিচেম্বৰত অনুষ্ঠিত হ’ব।

আনহাতে টি-২০ শৃংখলাটো আৰম্ভ হ’ব ৪ ডিচেম্বৰত। দ্বিতীয় আৰু তৃতীয় মেচ কেইখন হ’ব ক্ৰমে ৬ আৰু ৮ ডিচেম্বৰত।

টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ ১৭ ডিচেম্বৰত এডিলেডত অনুষ্ঠিত হ’ব।

ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সম্পূৰ্ণ কাৰ্যসূচী

এদিনীয়া শৃংখলা

১. ২৭ নৱেম্বৰ

২. ২৯ নৱেম্বৰ

৩. ২ ডিচেম্বৰ

টি-২০ শৃংখলা

১. ৪ ডিচেম্বৰ

২. ৬ ডিচেম্বৰ

৩. ৮ ডিচেম্বৰ

টেষ্ট শৃংখলা

১. ১৭-২১ ডিচেম্বৰ (দিবা নৈশ)

২. ২৬-৩০ ডিচেম্বৰ (মেলবৰ্ণ)

৩. ৭-১১ ডিচেম্বৰ (ছিডনী)

৪. ১৫-১৯ ডিচেম্বৰ (ব্ৰিছবেন)

 

Recent News

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd