• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথত নাবালিকা ছাত্ৰীক ধৰ্ষণৰ চেষ্টা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ: পলাতক অভিযুক্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 21, 2023 6:36 pm
School principal accused of attempting to rape
167
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক জঘন্য কাণ্ড। এগৰাকী নাবালিকা ছাত্ৰীক ধৰ্ষণৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে বিশ্বনাথ চাৰিআলিৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে। এই অভিযোগৰ পাছতে বৰ্তমান পলাতক অৱস্থাত আছে অভিযুক্ত প্ৰধান শিক্ষকগৰাকী।

ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগত অভিযুক্ত প্ৰধান শিক্ষক গৰাকী বিশ্বনাথৰ চাকোমোথা চাহ বাগিচা মডেল হাইস্কুলৰ অধ্যক্ষ নিত্যানন্দ শৰ্মা বুলি জানিব পৰা গৈছে। আনহাতে ভুক্তভোগী নাবালিকা গৰাকী একেখন বিদ্যালয়ৰে নৱম শ্ৰেণীৰ ছাত্ৰী।

ভুক্তভোগী ছাত্ৰীগৰাকীৰ মতে, পৰীক্ষাৰ উত্তৰ বহী দেখুওৱাৰ অজুহাতত প্ৰধান শিক্ষকগৰাকীয়ে ছাত্ৰীগৰাকীক বিদ্যালয়লৈ মাতি নিছিল। ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীয়ে কয়, “ঘৰত কোনো নথকা সময়ত ছাৰে মোক স্কুললৈ মাতিছিল।”

“ছাৰে যাবলৈ কোৱাৰ বাবে দুগৰাকী সহপাঠীক লগত মই স্কুললৈ গৈছিলো। কিন্তু ছাৰে মোক উভতাই পঠালে আৰু পিছত অকলে আহিবলৈ ক’লে। পিছত মই অকলে স্কুললৈ যোৱাত তেওঁ মোক যৌন নিৰ্যাতন চলাবলৈ চেষ্টা কৰিলে। কিন্তু মই কেনেবাকৈ সেই স্থানৰ পৰা পলাই যাবলৈ সক্ষম হ’লোঁ৷”- ছাত্ৰীগৰাকীয়ে লগতে কয়।

ইতিমধ্যে বিশ্বনাথ চাৰিআলি সদৰ থানাত এজাহাৰ দাখিল কৰিছে ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে। লক্ষণীয়ভাৱে গাঁওবুঢ়া আৰু পঞ্চায়তৰ সভাপতিয়ে ঘটনাটোক গাপ দিবলৈ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন কৰিছে পিতৃ-মাতৃয়ে।

ছাত্ৰীগৰাকীৰ পিতৃয়ে কন্যাৰ ন্যায় বিচাৰি অভিযুক্ত প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক আবেদন জনাইছে। আনহাতে পলাতক অভিযুক্ত প্ৰধান শিক্ষক নিত্যানন্দ শৰ্মাক গ্ৰেপ্তাৰৰ উদ্দেশ্যে অনুসন্ধান আৰম্ভ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd