• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মানৱ সভ্যতাক লজ্জানত কৰি মন্দিৰৰ ভিতৰত উলংগ হৈ ৩ বছৰীয়া শিশুক বলি দিয়াৰ চেষ্টা পৰিয়ালৰ

আৰক্ষীয়ে আটক কৰে পৰিয়ালটোৰ আটাইকেজন সদস্যকে

ছাজিদ খান by ছাজিদ খান
July 6, 2019 9:55 pm
1.9k
VIEWS
Share on FacebookShare on Twitter

বৈজ্ঞানিক ধ্যান-ধাৰণাৰে পুষ্ট হোৱাৰ পাছটো বহু শিক্ষিত লোকে ওজা-বেজালি-তান্ত্ৰিক আদিৰ তথাকথিত অতি-শক্তিৰ ওচৰত মুৰ দোৱায়। ওদালগুৰিত আজি এটি তিনিবছৰীয়া শিশুক বলি দিবলৈ লোৱা ঘটনাই এই কথা প্ৰমাণ কৰে।

ঘটনাৰ বিৱৰণি মতে আজি ওদালগুৰিত যাদৱ চহৰীয়া নামৰ এজন বিজ্ঞান শিক্ষকে নিজৰ পৰিয়ালৰ আন সাতজন সদস্যৰ সৈতে  মিলি ঘৰৰে এটা মন্দিৰৰ ভিতৰত উলংগ হৈ পূজা-অৰ্চনা কৰি খুলশালীয়েকৰ তিনি বছৰীয়া কন্যা শিশুটিক বলি দিবলৈ লৈছিল। যি ঘটনাই সমগ্ৰ অঞ্চলটোতে এক ব্যাপক উত্তেজনাৰ সৃষ্টি কৰে।

উল্লেখযোগ্য যে যাদৱ চহৰীয়াৰ পৰিয়ালটোৱে দৰং জিলাৰ বানেকুচি গাঁৱৰ ৰমেশ চহৰীয়া নামৰ এজন বেজৰ নিৰ্দেশত বিগত তিনিবছৰ ধৰি পূজা কৰি আহিছিল। আৰু আজি শেষভাগ পূজাৰ পিছতে কন্যা শিশুটি বলি দিয়াৰ কথা আছিল। পিছে সৌভাগ্য ক্ৰমে স্থানীয় ৰাইজ, আৰক্ষী আৰু নিৰাপত্তাবাহিনীৰ তৎপৰতাত শিশুটি ৰক্ষা পৰে।

লগতে আৰক্ষীয়ে প্ৰায় ৫ ঘণ্টাজোৰা চেষ্টাৰ অন্তত  উন্মাদ পৰিয়ালটোৰ আটাইকেইজন সদস্যকে আটক কৰিবলৈ সক্ষম হয়। আৰক্ষী তথা স্থানীয় ৰাইজে এই বলি কাৰ্যত বাধা দিবলৈ উলংগ হৈ পূজা অৰ্চনাত ব্যস্ত থকা পৰিয়ালটোৰ আটাইকেইজন সদস্যই কুঠাৰ দাৰে আক্ৰমণ কৰিবলৈ উদ্যত হয়।

আৰক্ষীয়ে অৱশেষত গুলী চালনা কৰি হে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। গুলীচালনাত যাদৱ চহৰীয়াৰ ভৰিত গুলী লাগে।

মন কৰিব লগীয়া যে এই জঘন্য ঘটনাত তিনি বছৰীয়া শিশুটিৰ পিতৃ-মাতৃ আৰু আইতাকেও অংশ গ্ৰহণ কৰিছিল। যিটোৱে সকলোকে হতভম্ভ কৰি তুলিছে।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd