• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজ্ঞানীসকলৰ অভিনৱ আৱিষ্কাৰ! পালে নতুন প্ৰকাৰৰ ব্লাড গ্ৰুপ ‘MAL’, জানি লওক ইয়াৰ বৈশিষ্ট্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2024 11:00 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজ্ঞানীসকলৰ এক অভিনৱ আৱিষ্কাৰ। বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে এক নতুন প্ৰকাৰৰ ব্লাড গ্ৰুপ। তেওঁলোকৰ মতে এই আৱিষ্কাৰে মানৱ বিজ্ঞানৰ ইতিহাসত এক নতুন দিগন্ত মুকলি কৰিলে।

ইমানদিনে ব্লাড গ্ৰুপ বুলি ক’লে চাৰিটা গ্ৰুপ জনা যায়। ‘A’ (এ), ‘B’ (বি), ‘AB’ (এবি), আৰু ‘O’ (ও)। বিজ্ঞানীসকলৰ এই নতুন আৱিষ্কাৰত তেজৰ গ্ৰুপৰ তালিকাত আন এটা নাম সংযোজন হৈছে। এই নতুন ব্লাড গ্ৰুপটোক ‘এমএএল’ (MAL)নাম দিয়া হৈছে।

ব্ৰিটেইনৰ বিজ্ঞানীসকলে কয় যে এই বিৰল তেজৰ গ্ৰুপটো প্ৰথমে ১৯৭২ চনত চিনাক্ত কৰা হৈছিল যদিও তেতিয়া পোহৰলৈ অহা নাছিল। কাৰণ তেতিয়াও বহু পৰীক্ষা বাকী আছিল। ব্ৰিটেইনৰ দক্ষিণ গ্ল’চেষ্টাৰশ্বাৰৰ স্বাস্থ্য সংস্থা এন এইচ এছ ব্লাড এণ্ড ট্ৰান্সপ্লাণ্ট (এন এইচ এছ বি টি)ৰ গৱেষকসকলে এই তেজৰ গ্ৰুপটো চিনাক্তকৰণ আৰু চিকিৎসা জগতৰ বাবে ইয়াৰ সম্ভাৱ্য উপকাৰিতাৰ ওপৰত কেইবাটাও গৱেষণাৰ অন্তত এই গ্ৰুপটোৰ কথা পোহৰলৈ আনিছে।

লগতে পঢ়কঃ ‘বিধৱাই মেকআপ নকৰে, কিয় এই অপবাদ!’ পাটনা উচ্চ ন্যায়ালয়ক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

তেওঁলোকে কয় যে এই নতুন আৱিষ্কাৰে চিকিৎসকসকলক বহু বিৰল ৰোগৰ চিকিৎসাত সহায় কৰিব পাৰে। এই বিজ্ঞানীসকলৰ সৈতে ব্রিষ্টল বিশ্ববিদ্যালয়ৰ গৱেষকৰ দল এটাও আছিল৷

গৱেষণা দলটোৰ এগৰাকী জ্যেষ্ঠ বিজ্ঞানীয়ে কয়, এইটো এটা বিৰল ব্লাড গ্ৰুপ আৰু এই বিৰল ব্লাড গ্ৰুপটো ৰোগীৰ বাবে অতি উপকাৰী হ’ব। চিকিৎসা বিজ্ঞানত ই সহায় কৰিব। নতুন গৱেষণাই ৰক্ত সঞ্চালন সুৰক্ষিত কৰি তোলাত সহায় কৰিব আৰু ৰক্তদান প্ৰক্ৰিয়াটো সহজ কৰি তুলিব।

গৱেষকসকলৰ মতে, ইয়াৰ ফলত ৰক্তদানৰ হাৰ বৃদ্ধি হোৱাৰ লগতে ৰক্ত সম্পৰ্কীয় ৰোগৰ ঔষধতো পৰিৱৰ্তন আনিব। ঔষধ প্ৰস্তুত কৰাত অধিক সূক্ষ্মতা আহিব। ইয়াৰ দ্বাৰা বিৰল তেজৰ ৰোগত আক্ৰান্ত লোকৰ চিকিৎসা পদ্ধতিও সলনি হ’ব।

এই নতুন আৱিষ্কাৰক লৈ তেওঁলোক অতি আশাবাদী। ইমানদিনে এই ব্লাড গ্ৰুপটোক লৈ বিজ্ঞানীসকলৰ মাজত যথেষ্ট বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। অৱশেষত উন্মোচিত হৈছে এই ৰহস্য।

লগতে পঢ়কঃ নিমিষতে দূৰ হ’ব এচিডিটি! জানি লওক বদহজমৰ পৰা ৰক্ষা পৰাৰ ঘৰুৱা উপায়

দৰাচলতে গৱেষক দলটোৱে ‘ANDWJ’ নামৰ তেজৰ গ্ৰুপৰ এন্টিজেনৰ জিনীয় ভিত্তি উন্মোচন কৰিবলৈ সক্ষম হৈছে, যিটো এতিয়ালৈকে সম্পূৰ্ণ অজ্ঞাত আছিল। ‘ANWJ’ হৈছে তেজৰ গ্ৰুপৰ এবিধ বিৰল এন্টিজেন। এই এন্টিজেনৰ অভাৱ হ’লে কি হ’ব পাৰে? বিজ্ঞানীসকলে কয়, ৰোগীয়ে তেজ সঞ্চালন কৰাৰ সময়ত গুৰুতৰ পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। এতিয়াৰ পৰা সেই সম্ভাৱনা নাই। ই ৰক্তদাতা আৰু ৰক্তগ্ৰহণকাৰী উভয়কে চিনাক্ত কৰিব পাৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালত অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে ঘোষণা নিৰ্বাচনৰ তাৰিখ

নেপালত অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে ঘোষণা নিৰ্বাচনৰ তাৰিখ

September 13, 2025 7:21 am
বৃক্কৰ ৰোগৰ পৰা বাচি থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে জানো আহক

বৃক্কৰ ৰোগৰ পৰা বাচি থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে জানো আহক

September 13, 2025 6:30 am
শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

September 12, 2025 9:55 pm
“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

September 12, 2025 9:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালত অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে ঘোষণা নিৰ্বাচনৰ তাৰিখ

নেপালত অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে ঘোষণা নিৰ্বাচনৰ তাৰিখ

September 13, 2025 7:21 am
বৃক্কৰ ৰোগৰ পৰা বাচি থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে জানো আহক

বৃক্কৰ ৰোগৰ পৰা বাচি থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে জানো আহক

September 13, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd