• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেঘালয় আৰক্ষীক নৰ্থ-ইষ্ট নাওৰ বিৰুদ্ধে জাৰি কৰা জাননী প্ৰত্যাহাৰৰ আহ্বান ইণ্ডিয়ান জাৰ্নেলিষ্টছ য়ুনিয়নৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 16, 2019 5:19 pm
iju-750x358

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৰ্থ-ইষ্ট নাওত প্ৰকাশিত এটা বাতৰি উঠাই লবলৈ আৰু ইয়াৰ উৎস ৰাজহুৱা কৰাৰ বাবে মেঘালয় আৰক্ষীয়ে দেখুওৱা অগণতান্ত্ৰিক পদক্ষেপক কঠোৰ নিন্দা কৰিছে ভাৰতীয়া সাংবাদিক সংঘ(আই জে য়ু)য়।

শুকুৰবাৰে প্ৰকাশিত জাননীখনত মেঘালয় আৰক্ষীয়ে সংবাদ মাধ্যম সমূহৰ ইয়াৰ উৎসসমূহৰ বিষয়ে ৰাজহুৱা নকৰাৰ ক্ষেত্ৰত কোনোধৰণৰ বিশেষ অধিকাৰ নাই বুলি কোৱা কথাকো সমালোচনা কৰে সংঘয়।

এনেধৰণৰ বিষয়ে ৰাজ্যৰ মিডিয়া ভাতৃত্ববোধৰ ক্ষেত্ৰত আৰক্ষীৰ প্ৰতি শংকা আৰু ক্ষমতাৰ অপব্যাৱহাৰ সম্ভাৱনা বৃদ্ধি কৰে বুলিও প্ৰকাশ কৰা হয়।

নৰ্থ-ইষ্ট নাওত মেঘালয়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী আৰু বৰ্তমান বিধানসভাৰ বিৰোধী দলপতি মুকল চাংমাই বিজেপিত যোগদান কৰিব পাৰে বুলি প্ৰকাশিত এটা বাতৰিৰ পাছতে বিতৰ্কৰ আৰম্ভণি হয়।

প্ৰকাশিত বাতৰিটোৰ পাছতে মেঘালয় আৰক্ষীয়ে চাংমাৰ নিৰ্দেশত চি আৰ পি চিৰ ধাৰা ৯১ ৰ অধীনত নৰ্থ-ইষ্ট নাওলৈ বাতৰিটো উঠাই লোৱাৰ বাবে আৰু ইয়াৰ উৎস ৰাজহুৱা কৰাৰ বাবে এখন জাননী জাৰি কৰিছিল।

আনহাতে, ভাৰতীয় সাংবাদিক সংঘৰ ফালৰ পৰা প্ৰকাশ কৰা প্ৰতিক্ৰিয়ামূলক জাননীখনত সংঘৰ  সভাপতি আৰু প্ৰেছ কাউঞ্চিল অব ইণ্ডিয়াৰ সদস্য ডি অমৰ আৰু মহাসচিৱ লগতে আই এফ জেৰ সভাপতি চাবিনা ইন্দ্ৰজিতে আৰক্ষীৰ কাৰ্য্যক ক্ষমতাৰ অপব্যৱহাৰ হিচাপে অভিহিত কৰি বাতৰি সদায় ঘৃণা আৰু বিদ্বেষৰ পৰা দূৰত বুলি কয়।

উল্লেখযোগ্য যে, ঘটনা সন্দৰ্ভত এতিয়ালৈ কোনোধৰণৰ অপৰাধী গোচৰ পঞ্জীয়ণ কৰা হোৱা নায়।

আই জে য়ু আৰু উত্তৰ-পূব ভাৰত সাংবাদিক ফেডাৰেশ্যনে দুয়োপক্ষকে বিষয়টো সমাপ্ত কৰাৰ বাবে আহ্বান জনায় সংবাদ মাধ্যমক ইয়াৰ উৎস ৰাজহুৱা কৰিবলৈ কোৱাটো অন্যায় বুলি মত প্ৰকাশ কৰে।

আই জে য়ুৱে মেঘালয় আৰক্ষীকো নৰ্থ-ইষ্ট নাওৰ বিৰুদ্ধে জাৰি কৰা জাননী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ ঘাইপথসমূহ ঠিক নোহোৱালৈকে টোল সংগ্ৰহ বন্ধ কৰাৰ দাবী গৌৰৱ গগৈৰ

অসমৰ ঘাইপথসমূহ ঠিক নোহোৱালৈকে টোল সংগ্ৰহ বন্ধ কৰাৰ দাবী গৌৰৱ গগৈৰ

August 23, 2025 5:17 pm
গোলাঘাটৰ উচ্ছেদ অভিযানত সাময়িক স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

গোলাঘাটৰ উচ্ছেদ অভিযানত সাময়িক স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

August 23, 2025 4:39 pm
ব্যক্তিগতকৰণৰ ফচল! ১ লাখৰো অধিক কৰ্মচাৰীয়ে হেৰুৱালে চৰকাৰী চাকৰি; স্বীকাৰ কৰিলে কেন্দ্ৰই

ব্যক্তিগতকৰণৰ ফচল! ১ লাখৰো অধিক কৰ্মচাৰীয়ে হেৰুৱালে চৰকাৰী চাকৰি; স্বীকাৰ কৰিলে কেন্দ্ৰই

August 23, 2025 3:49 pm
অনিল আম্বানীৰ বিৰুদ্ধে চিবিআইৰ গোচৰ! মুম্বাইত একাধিক স্থানত অভিযান

অনিল আম্বানীৰ বিৰুদ্ধে চিবিআইৰ গোচৰ! মুম্বাইত একাধিক স্থানত অভিযান

August 23, 2025 2:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ ঘাইপথসমূহ ঠিক নোহোৱালৈকে টোল সংগ্ৰহ বন্ধ কৰাৰ দাবী গৌৰৱ গগৈৰ

অসমৰ ঘাইপথসমূহ ঠিক নোহোৱালৈকে টোল সংগ্ৰহ বন্ধ কৰাৰ দাবী গৌৰৱ গগৈৰ

August 23, 2025 5:17 pm
গোলাঘাটৰ উচ্ছেদ অভিযানত সাময়িক স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

গোলাঘাটৰ উচ্ছেদ অভিযানত সাময়িক স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

August 23, 2025 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd